• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ গিয়াছুদ্দিন আহমেদৰ ধুবুৰীৰ গৃহত মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 7:34 am
গিয়াছুদ্দিন আহমেদ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰবীন বাওঁপন্থী নেতা গিয়াছুদ্দিন আহমেদৰ সোমবাৰে ধুবুৰীৰ নিজা গৃহত দেহাৱসান ঘটে। ৮৮ বছৰত ভৰি দিয়া নেতাজনে যোৱা কিছুদিনৰ পৰা বাৰ্ধক্যজনিত কাৰণত শাৰিৰীক অসুস্থতা অনুভৱ কৰি আছিল। তেনে অৱস্থাত কালি বৰ্ষীয়ান নেতাজনৰ হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ পৰাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়াৰ যোজা কৰে যদিও কিছু সময়ৰ পিছতে নিয়তিৰ ওচৰত হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে। অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই বাসগৃহত আহি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জানিব পৰা মতে ১৯২৯চনৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বগৰিবাৰীত জন্মগ্ৰহণ কৰা আহমেদে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতীৰে উত্তীৰ্ণ হৈছিল। পিছত তেওঁ গুৱাহাটীৰ কটন কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। উল্লেখনীয় যে প্ৰয়াত নেতাগৰাকীয়ে কটন কলেজত একেৰাহে তিনিবাৰৰ বাবে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ উপৰি ১৯৪৯ চনত গুৱাহাটী কলা আইন মহাবিদ্যালয়ৰ পৰা এল এল বি শিক্ষা গ্ৰহণ কৰে।

Apply Now

উল্লেখযোগ্য যে ১৯৬৭চনত প্ৰত্যক্ষ ৰাজনৈতিক জীৱনৰ পাতনি মেলা আহমেদে প্ৰথমবাৰৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিজয়ী হৈ বিধানসভআৰ মজিয়ালৈ যায়। পিছত তেওঁ বাওঁ দল চিপিআইত যোগদান কৰি একেৰাহে বিলাসীপাৰা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তদুপৰি ১৯৭৯চনৰ পৰা ১৯৮৩চনলৈ বিধানসভাৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ১৯৯১ চনত পুনৰ বিধানসভালৈ নিৰ্বাচিত হয়। নেতাগৰাকীয়ে পত্নীসহ তিনিগৰাকী ছোৱালী, চিকিৎসক পুত্ৰৰ লগতে নাতি-নাতিনীয়েকক ইহসংসাৰত এৰি থৈ যায়।

গিয়াছুদ্দিন আহমেদৰ মৃত্যুত ধুবুৰী উকিল সন্থাৰ লগতে বহু দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আনহাতে নেতাজনৰ মৃত্যুত সকলো ৰাজনৈতিক দলৰ লগতে চিপিআইৰ অসম ৰাজ্য পৰিষদৰ লগতে ধুবুৰী জিলা পৰিষদেও গভীৰ শোক প্ৰকাশ কৰে।

আজি দিনৰ ১১ মান বজাত বৰকান্দা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গিয়াছুদ্দিন আহমেদৰ জানাজা সম্পূৰ্ণ কৰা হ’ব বুলি পৰিয়ালৰ লোকে আমাক জানিবলৈ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd