• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়কৰ দৰমহা বৃদ্ধিৰ বাবে গঠন কৰিব দৰমহা আয়োগ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2018 7:41 am
Assembly speaker Hitendra Nath Goswami
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভাৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বাবে অতি শীঘ্ৰে গঠন কৰিব দৰমহা আয়োগ। বছৰ বছৰ ধৰি বিধায়কসকলে নিজেই নিজৰ দৰমহা বৃদ্ধি কৰি আহিছিল কিন্তু বিধায়কসকলৰ প্ৰকৃততে দৰমহা কিমান হোৱা উচিত সেয়া এতিয়াৰে পৰা নিৰ্ধাৰণ কৰিব দৰমহা আয়োগে। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই ইতিমধ্যে তিনিজনীয়া সদস্যযুক্ত এখন দৰমহা আয়োগ গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে আৰু এই আয়োগৰ প্ৰতিবেদনৰ ভিত্তিতে নিৰ্ধাৰণ কৰা হ’ব বিধায়কসকলৰ দৰমহা।

বৃহস্পতিবাৰে অসম বিভানসভা সচিৱালয়ত অনুষ্ঠিত এখন সংবাদমেলত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই কথা সদৰী কৰে। বিধায়কসকলে সম্পূৰ্ণ দিনটো ৰাইজৰ কামত ব্যস্ত হৈ থাকিবলগীয়া হয় সেয়েহে বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ প্ৰয়োজন আছে।লগতে অধ্যক্ষগৰাকীয়ে কয় যে বিধানসভাৰ কিছু কৰ্মচাৰীয়ে বিধায়কসকলৰ তুলনাত অধিক দৰমহা পায় সেয়েহে বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ প্ৰয়োজনীয়তা আছে।

Apply Now

মনকৰিবলগীয়া যে কিছু কিছু ৰাইজৰ প্ৰতিনিধিয়ে বিধানসভাৰ পেঞ্চন লৈ থকাৰ উপৰি সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি সাংসদৰো পেঞ্চন লৈ থকা বিষয়টোত অধ্যক্ষগৰাকীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে এই বিষয়ত এখন নতুন আইন প্ৰণয়ন কৰা হ’ব।

আনহাতে উক্ত সংবাদমেলতে বিধানসভাৰ আগন্তুক বাজেট অধিৱেশন সম্পৰ্কে অধ্যক্ষগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে এতিয়াৰে পৰা কোন মাহত কোনখন অধিৱেশন অনুষ্ঠিত হ’ব, সেই সকলো সন্নিৱিষ্ট কৰি এখন কেলেণ্ডাৰ প্ৰস্তত কৰা হ’ব।

ইয়াৰ উপৰি এইবাৰৰ পৰা প্ৰতিখন অধিৱেশনতে একোটা বিশেষ বিষয়ৰ ওপৰত বিস্তৃতভাবে আলোচনা কৰা হ’ব আৰু বিশেষকৈ এইবাৰৰ অধিৱেশনত শিক্ষা বিভাগৰ ওপৰত বিশদ আলোচনা কৰা হ’ব। তদুপৰি বিধায়ক পদটোক সৰ্ভগ্ৰহণযোগ্য কৰাৰ লক্ষ্যৰে বিধানসভাৰ মজিয়াত সকলো বিধায়ককে প্ৰতি মঙলবাৰে কথা কোৱাৰ সুযোগ প্ৰদান কৰিব। পোন প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিবলগীয়া এঘণ্টীয়া মেম্বাৰ্ছ আৱাৰ দেশৰ সংসদীয় ইতিহাসত অসম বিধানসভাতে প্ৰথম বুলি সদৰী কৰে অধ্যক্ষ গোস্বামীয়ে।

উল্লেখ্য যে সংবাদমেলত বিধানসভাৰ অধ্যক্ষই সাংবাদিকসকলৰ সৈতে মতবিনিময়ৰ সময়ত চলিত বছৰৰ পৰা একোজনকৈ শ্ৰেষ্ঠ সাংবাদিক বাচনি কৰি বঁটা প্ৰদান কৰাৰো চিন্তা-চৰ্চা কৰিব বুলি কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

“যি মতাদৰ্শই নাৰীৰ মুখ ঢাকিব বিচাৰে…” সংসদত বোৰ্খা পিন্ধাক লৈ তসলিমা নাচৰিনৰ বিস্ফোৰক মন্তব্য

June 22, 2026 9:39 pm
আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

আইপিএলত ডাঙৰ চমক: ৰাজস্থানৰ নতুন অধিনায়ক হ’ব নেকি হাৰ্দিক পাণ্ডিয়া? মুম্বাইলৈ যাব পাৰে যশস্বী জয়চোৱাল

June 22, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd