• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত নলবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 10:09 am
arsenic_water
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নলবাৰী জিলাৰ ৰাইজে খোৱা পানীৰ সমস্যাত দীৰ্ঘদিনৰ পৰা ভুগি অহা সত্ত্বেও চৰকাৰে আজি পৰ্য্যন্ত ৰাইজক খোৱাপানীকণকে যোগান ধৰিবলৈ সক্ষম নোহোৱাত নলবাৰী জিলা আছুৰ নেতৃত্বত নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয় ঘেৰাও কৰা হয়।

জানিব পৰামতে নলবাৰীৰ বিভিন্ন স্থানৰ লগতে সাংসদ ৰমেন ডেকাৰ আদৰ্শ গাঁও বালিতাৰাতো পানীত আৰ্ছেনিক আৰু ফ্লৰাইডৰ মাত্ৰা বিপজ্জনক মাত্ৰা থকা বুলি বিভাগীয়ভাৱে ঘোষণা হৈছিল। ফ্লৰাইড আৰু আৰ্ছেনিকৰ দৰে মাৰাত্মক পদাৰ্থ থকা বুলি অৱগত হৈয়ো চৰকাৰ তথা জনস্বাস্থ্য বিভাগটোৱে ইয়াৰ ৰাইজৰ স্বাস্থ্য আৰু জীৱনৰ প্ৰতি দায়বদ্ধতা দেখুৱা পৰা নাই।

Apply Now

ৰাইজক আৰ্ছেনিক আৰু ফ্ল’ৰাইডযুক্ত পানী খাবলৈ এৰি দিয়া বিভাগটো তথা চৰকাৰৰ বিৰুদ্ধে আছু আজি সৰৱ হৈ পৰে। আনকি স্থানীয় বিধায়ক অশোক শৰ্মাকো কঠোৰ সমালোচনা কৰে আছু নেতৃত্বই। ইয়াৰ বাবে অতি সোনকালেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই চৰকাৰলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে।

বিশুদ্ধ খোৱাপানী যোগানৰ লগতে জিলাখনত অনাময় ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰতিঘৰতে শৌচালয় নিৰ্মাণৰো দাবী জনায়। শৌচালয় নিৰ্মাণত সংঘটিত হোৱা কেলেংকাৰিৰ তদন্তৰ দাবীতো সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কয় যে দৰিদ্ৰৰ বাবে আবণ্টিত অনাময় শৌচালয়ৰ কোটি কোটি টকা বিভাগীয় বিষয়াৰ আশীৰ্বাদত একাংশ ঠিকাদাৰে কৌশলেৰে আত্মসাত কৰিছে। তেওঁলোকে অভিযোগ কৰা মতে, আজি পৰ্যন্ত বৃহত্তৰ মুকালমুৱাৰ চৰ অঞ্চলত এটাও শৌচালয় নিৰ্মাণ নহ’ল। আনহাতে, শৌচালয় কেলেংকাৰিৰ তদন্তৰ ফাইল জিলা উপায়ুক্তৰ কাৰ্যালয়তে ৰহস্যজনকভাৱে গাপ দি থোৱা বুলিও অভিযোগ তোলে আছুৱে। ইয়াৰ তদন্ত ৰাজহুৱা কৰাৰ দাবী জনায় অন্যথা অনাগত দিনত অধিক তীব্ৰ আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে।

আনহাতে জিলাখনৰ বিভিন্ন ঠাইত বিকল পানী যোগান আঁচনিসমূহ কাৰ্যক্ষম কৰি তোলাৰো দাবী তোলে। সংগঠনটোৰ মতে এনে পানী যোগান আঁচনিৰ বেছিভাগেই অতি নিম্নমানৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd