• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেতবাৰী কহনৰ আলি পকীকৰণৰ দাবী : উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী নাগৰিক মঞ্চৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 3, 2018 10:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বেতবাৰী মৌজাৰ কুৰিখন গাঁৱৰ জনসাধাৰণৰ যাতায়াতৰ একমাত্ৰ পথ কহনৰ আলিৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলবাসীক দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে।

ফলত বৰ্তমান শোচনীয় ৰূপ ধাৰণ কৰা পথটো অতি শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজৰ লগতে বেতবাৰী নাগৰিক মঞ্চই শিৱসাগৰ জিলা উপায়ুক্তক দাবী উত্থাপন কৰিছে।

Apply Now

উল্লেখযোগ্য যে চেতিয়া-কৈবৰ্ত দিচাং মথাউৰিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেতবাৰী কহনৰ আলি পথটো ঘাইপথৰ পৰা প্ৰায় ২ কিলোমিটাৰ যোৱা দহটা বছৰ পূৰ্বেই প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকীকৰণ হল যদিও পথটোৰ বাকী থকা ১ কিলোমিটাৰ আজি পৰ্যন্ত পকীকৰণৰ ব্যৱস্থা নকৰিলে গড়কাপ্তানি বিভাগে।

ফলত বৰ্তমান পথটো ঠায়ে ঠায়ে পথাৰৰ লগত একাকাৰ হোৱাৰ লগতে অসংখ্য গাঁতৰ সৃষ্টি হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। এজাক বৰষুণ দিলেই পথটো বোকাময় হৈ গাড়ী মটৰ চলাচল কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয়।

আৰু ইয়াৰ ফল ভোগ কৰিব লগা হৈছে পথটোৰ কাষতে থকা প্ৰাথমিক বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে। লগতে যদি কোনোবা ৰোগীক চিকিৎসলায়লৈ নিব লগা হ’লে ৰোগীক ঠেলাত উঠাই নিব লগা হয়।

আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লুথুৰি-চেতিয়া আলি হৈ টাড়িমূৰা আলিলৈকে প্ৰায় ৩.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ লুঠুৰি চেতিয়া কহনৰ আলি পথটোত প্ৰকাণ্ড গাঁত হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। তাৰোপৰি জৰাজীৰ্ণ ৰূপৰ বাবে পথটোত দৈনিক দুৰ্ঘটনা সংঘটিত হোৱাতো এক নিয়মত পৰিণত হৈছে।

কিন্তু মন কৰিব লগীয়া যে গড়কাপ্তানি বিভাগৰ শিৱসাগৰ সংমণ্ডল কাৰ্যালয়ে পথটো বিধ্বস্ত হোৱা ৭ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে মেৰামতিৰ ব্যৱস্থা কৰা নাই।

বেতবাৰী নাগৰিক মঞ্চই বিভাগটোৰ কাৰ্যবাহী বিষয়াগৰাকীৰ লগতে কনিষ্ঠ অভিযন্তাৰ অকমৰ্ণ্যতাৰ বাবেই পথটোৰ মেৰামতি আৰু বাকী অংশৰ পকীকৰণ সম্ভৱ হৈ উঠা নাই বুলি  অভিযোগ কৰি জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd