• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্রহ্মপুত্রত অস্বাভাৱিক হাৰত মাছৰ উৎপাদন হ্ৰাস : ভোগালীৰ বজাৰত থলুৱা মাছৰ নাটনিৰ সম্ভাৱনা

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
January 8, 2018 9:35 pm
সমাগত ভোগালীৰ উৰুকাৰ বজাৰত ৰাজ্যখনত থলুৱা প্ৰজাতিৰ মাছৰ ব্যাপক নাটনিৰ সম্ভাৱনা

সমাগত ভোগালীৰ উৰুকাৰ বজাৰত ৰাজ্যখনত থলুৱা প্ৰজাতিৰ মাছৰ ব্যাপক নাটনিৰ সম্ভাৱনা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ভোগালীৰ উৰুকাৰ বজাৰত ৰাজ্যখনত থলুৱা প্ৰজাতিৰ মাছৰ ব্যাপক নাটনিৰ সম্ভাৱনাই দেখা দিছে। অসম আৰু অসমীয়াৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰই পুনৰ এক অশনি সংকেত বহন কৰিছে।

বৰলুইতৰ পানীত এন টি ইউৰ পৰিমাণ অত্যথিক মাত্ৰাত বৃদ্ধি হৈ ইয়াৰ পানী অস্বাভাৱিকভাৱে ঘোলা হৈ পৰাৰ প্ৰসংগই ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে নদীখনৰ বুকুৰ পৰা বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ অপ্ৰত্যাশিত হাৰত হ্ৰাস পোৱাৰ ঘটনা পোহৰলৈ আহিছে। এনে এক পৰিস্থিতিত অসমীয়াৰ হেঁপাহৰ ভোগালী বজাৰত ব্ৰহ্মপুত্ৰৰ থলুৱা মাছৰ নাটনিৰ পূৰ্ণ সম্ভাৱনা দেখা দিছে।

Apply Now

দৰং জিলাৰ কুৰুৱা ঢলপুৰৰ পৰা মঙলদৈৰ চেৰেং হৈ খাৰুপেটীয়াৰ আৰিমাৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সীমামূৰীয়া প্ৰায় ৪০ কিলোমিটাৰ দৈৰ্ঘৰ ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত শেহতীয়াকৈ এনে অস্বাভাৱিক পৰিৱৰ্নৰ তথ্য পোহৰলৈ আহিছে। যুগ যুগ ধৰি ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ সুঁতিত মাছ মাৰি বা মাছৰ মহল চলাই জীৱন নিৰ্বাহ কৰি অহা এই অঞ্চলৰ মৎস্যজীৱী লোকৰ পৰা এই কথাৰ সম্ভেদ পোৱা গৈছে।

আৰিমাৰি ঘাটৰ এগৰাকী অভিজ্ঞ মৎস্যজীৱী ব্যক্তি মহম্মদ আলীয়ে কোৱা মতে যিখন নদীত ইমান দিনে মাছ মাৰি  দৈনিক ১৮-২০ কিলো মাছ পাইছিল আৰু সুন্দৰকৈ পৰিয়াল পোহপাল দিছিল, সেই একে স্থানতে  মাছ মাৰি এতিয়া তেওঁলোকে মাত্ৰ ২-৩ কিলো মাছহে পাবলৈ সক্ষম হৈছে।

তেওঁ জনোৱা মতে অঞ্চলটোত মাছৰ উৎপাদন হঠাতে এনেদৰে হ্ৰাস পাইছে যে মহলৰ পৰা লাভ পোৱা দূৰৰে কথা চৰকাৰী ৰাজহৰ ধনো নিজৰ জেপৰ পৰাহে দিব লাগিব। বিগত প্ৰায় এমাহে অব্যাহত থকা এই পৰিস্থিতি আগন্তুক আৰু কিছু দিনলৈ এইদৰে অব্যাহত থাকিলে এই বৃহত্তৰ অঞ্চলটোৰ ৬ টা মীন মহলৰ পৰা ৰাজ্যৰ বিভিন্ন বজাৰলৈ যোগান ধৰা দৈনিক শ শ কুইণ্টল থলুৱা মাছৰ বাবে গ্ৰাহকে আৰু ভিৰ কৰাৰ সুবিধা নাপাব। ইয়াৰ লগে লগে কেইবা হেজাৰ নৈপৰীয়া পৰিয়ালে বংশানুক্ৰমে কৰি অহা মাছৰ ব্যৱসায় ত্যাগ কৰি অইন ব্যৱসায়ৰ সন্ধান কৰিব লাগিব।

 

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm
চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

চীন টাইৱান বিবাদ: এতিয়া আইনী যুঁজত নামিছে বেইজিং, টাইৱানৰ নেতাসকলক জেললৈ পঠোৱাৰ পৰিকল্পনা ফাদিল

June 7, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd