• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত থকা অনুপ্ৰৱেশকাৰীৰ প্ৰকৃত সংখ্যা নাই চৰকাৰৰ হাতত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2017 9:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৱে সংসদৰ মজিয়াত কয় যে অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰৱেশ সম্পূৰ্ণ গোপনে সংঘটিত হয় আৰু ভাৰতত থকা অনুপ্ৰৱেশকাৰীৰ সঠিক সংখ্যা চৰকাৰৰ হাতত নাই। আজি ৰহিঙীয়াৰ বিষয়টো প্ৰসংগত মন্ত্ৰীজনে এইদৰে কয়। ‘অনুমান কৰা মতে পৰিমাণটো ৪০ হাজাৰ হ’ব পাৰে। এতিয়ালৈকে কোনো ৰহিঙীয়া অনুপ্ৰৱেশকাৰীকে হস্তান্তৰ কৰা হোৱা নাই। ১৯৫১ চনৰ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী চুক্তি তথা তাৰ পৰৱৰ্তী আনুষ্ঠানিক নীতিৰ যদিও ভাৰত এটা পক্ষ নহয়, তথাপি শৰণাৰ্থীসকলক আশ্ৰয় আৰু সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ভাৰতৰ আন্তঃৰাষ্টীয় পৰ্য্যায়ত সুনাম আছে।’ ৰিজিজুৱে কয়। ইয়াৰ পূৰ্বে তেওঁ কৈছিল যে অবৈধ বাংলাদেশীক ধৰা পেলাবলৈ আৰু ঘূৰাই পঠাবলৈ সংশোধিত নিয়মাৱলী প্ৰস্তুত কৰা হৈছে আৰু ইয়াক ২০০৯ চনত ৰাজ্য চৰকাৰ তথা কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনলৈ প্ৰেৰণ কৰা হৈছে। ‘এই নিয়মাৱলীৰ ২০১১ চনত কিছু সংশোধন আৰু আকৌ ২০১৩ চনত সংশোধন কৰা হৈছে। এই নিয়মাৱলীৰ ভিতৰত আছে বাংলাদেশীয়ে অবৈধভাৱে সীমা পাৰ হ’ব খোজোতেই তৎমুহূৰ্ততে ঘূৰাই পঠোৱাৰ ব্যৱস্থাও আছে।’ কিৰেন ৰিজিজুৱে কয়।

তেওঁ লগতে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ, ভিছা আৰু বিদেশী নাগৰিক পঞ্জীয়ন আৰু অনুসৰণ বিষয়ত এটা অভিযানমূলক প্ৰকল্প (I.V.F.R.T.) হাতত লৈ আছে। ইয়াৰ জৰিয়তে বিদেশী নাগৰিকক ধৰা পেলোৱা প্ৰক্ৰিয়াটো উন্নীত হ’ব। ভিছা অনুমোদনৰ সময়ত, অনুপ্ৰৱেশ পৰীক্ষা কেন্দ্ৰবোৰত হোৱা অনুপ্ৰৱেশৰ পৰীক্ষাৰ সময়ত আৰু আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্য্যলয়/বিদেশী পঞ্জীয়ন কাৰ্য্যালয়বোৰত হোৱা পঞ্জীয়নৰ সময়ত পোৱা তথ্যবোৰৰ একত্ৰীকৰণ আৰু বিনিময়ে এই প্ৰক্ৰিয়াটোত সহায় কৰিব।

Apply Now

যেতিয়া এজন বিদেশী নাগৰিক ভাৰতত নিৰ্ধাৰিত সময়তকৈ অধিক দিন থকাটো ধৰা পৰে, যিটো ভিছাৰ নিয়ম উলংঘা হ’ব, অথবা কোনো বৈধ ভ্ৰমণ নথিৰ অবিহনে থকা বুলি ধৰা পৰিব, তেতিয়া বিদেশী নাগৰিক আইন ১৯৪৬ ৰ অধীনত প্ৰত্যৰ্পণকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব। ৰিজিজুৱে এইদৰে কয়।

বিদেশী নাগৰিকৰ শ্ৰেণী বিভাগ দেখুৱাই ৰিজিজুৱে আৰু কয়, ‘বিদেশী নাগৰিক দুই ধৰণৰ আছে। ১। বৈধ ভ্ৰমণ নথিৰ সৈতে ভাৰতত প্ৰৱেশ কৰি নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো থাকি যোৱা আৰু ২। কোনো বৈধ নথিৰ অবিহনেই ভাৰতত প্ৰৱেশ কৰা। চৰকাৰৰ হাতত থকা তথ্য মতে ২০১৬ চনৰ ৩১ ডিচেম্বৰ পৰ্য্যন্ত ৭,৬৮৫ জন বিদেশী নাগৰিক নিৰ্ধাৰিত সময় উকলাৰ পিছতো ভাৰতত আছে। আনহাতে দ্বিতীয় শ্ৰেণীৰ বিদেশী নাগৰিকো ভাৰতত প্ৰৱেশ কৰাৰ খবৰ পোৱা যায়। কিন্তু এইসকল গোপনে ভাৰতত প্ৰৱেশ কৰে। সেইবাবে তেনেকুৱা বিদেশী নাগৰিক কিমান আছে তাৰ হিচাপ ভাৰত চৰকাৰৰ হাতত নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd