• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুপিন্দৰ সিঙৰ হত্যাকাণ্ড সন্দৰ্ভত নৰ্থইষ্ট নাওৰ আৰক্ষীলৈ ৫টা প্ৰশ্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2018 10:17 pm
ভুপিন্দৰ সিঙৰ হত্যাৰ প্ৰতিবাদ

ভুপিন্দৰ সিঙৰ হত্যাৰ প্ৰতিবাদ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী জয়ানগৰস্থিত নাগামিজ ৰেষ্টোৰেণ্টৰ মেনেজাৰ ভুপিন্দৰ সিঙক যোৱা ১৩ জানুৱাৰিৰ নিশা ১১.৫০ বজাত এখন ইন’ভা গাড়ীয়ে জয়ানগৰ চাৰিআলিত খুন্দিয়াই হত্যা কৰিছিল। কাৰ্বি আঙলং জিলাৰ ডিফুৰ ৩৫ বছৰীয়া ভুপিন্দৰ সিঙৰ হত্যাৰ আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

যিহেতু মহানগৰ আৰক্ষীয়ে ঘটনাটোত জড়িত কোনোলোকৰে এতিয়ালৈকে শুংসূত্ৰ উলিয়াব পৰা নাই সেয়ে নৰ্থইষ্ট নাওয়ে হত্যাকাণ্ডটোৰ সম্পৰ্কে কিছু প্ৰশ্ন উত্থাপন কৰিছে:

Apply Now
ভুপিন্দৰ সিং
ভুপিন্দৰ সিং

# হত্যাৰ ৯৬ ঘণ্টা ওকলি যোৱা পিছতো কিয় মহানগৰ আৰক্ষীয়ে হত্যকাৰী গাড়ীচালকক আটক বা বাহনখনক জব্দ কৰিব পৰা নাই?

# হত্যাকাণ্ডত ব্যৱহিত ইন’ভাখনৰ চি চি টি ভি ফুটেজটো ওচৰৰ এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছিল। কিয় মহানগৰ আৰক্ষীয়ে জয়ানগৰ চাৰিআলিত চি চি টি ভি কেমেৰা স্থাপন কৰা নাই?

# কিয় সঞ্জীব প’ল নামৰ অবৈধ কয়লা ব্যৱসায়ীজনক আটক কৰা হৈছে? ভুপিন্দৰ সিঙৰ হত্যাৰ সৈতে তেওঁৰ কি সম্পৰ্ক আছে

# ভুপিন্দৰ সিঙৰ পৰিয়ালে ইয়াক এক পূৰ্ব-পৰিকল্পিত হত্যা বুলি অভিযোগ কৰিছে। উক্ত অভিযোগকলৈ আৰক্ষী কিয় নীৰৱ হৈ আছে?

# জয়ানগৰ চাৰিআলিৰ লোকসকলে অভিযোগ কৰে যে বাহনখনৰ পুৰুষ চালকজনৰ উপৰি গাড়ীখনত থকা দুগৰাকী মহিলা ‘প্ৰভাৱশালী ব্যক্তি’ হয়। চৰকাৰ বা আৰক্ষীয়ে উক্ত ‘প্ৰভাৱশালী’ চালকজনক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে নেকি?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

July 12, 2026 1:56 pm
মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

July 12, 2026 1:15 pm
মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

মৰ্মান্তিক ঘটনা! বিশ্বকাপ খেলি দেশলৈ উভতিয়েই মৃত্যুক সাৱটিলে যুৱ মিডফিল্ডাৰে

July 12, 2026 12:49 pm
কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

July 12, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

কিশোৰীক হাৰাশাস্তি আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা

July 12, 2026 1:56 pm
মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মাতৃত্বকালীন ছুটি কোনো দয়া নহয় বৰঞ্চ সাংবিধানিক অধিকাৰ: উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

July 12, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd