• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলদৈত অনন্য ৰূপত জৰিমনা বিহিছে আইন মানি নচলা বাইকাৰ্ছক

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
January 4, 2018 10:29 am
আইন মানি নচলা বাইক আৰোহী
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ যান বাহন আৰক্ষী আৰু পৰিবহন বিভাগে যাতায়ত আইন কানুন নমনা লোকসকলৰ বাবে যিমানেই জৰিমনা বা শাস্তিৰ প্ৰয়োগ নকৰক কিয় তথাপিও ৰাজ্যৰ পথ সমূহত অসাৱধানতা তথা নিয়মানুৱৰ্তিতা মানি নচলাই পৰিলক্ষিত হয়। বিশেষকৈ বৰ্তমান সমাজৰ যুৱ শ্ৰেণীয়ে যান বাহন আৰক্ষী বা পৰিবহন বিভাগৰ আইন কানুন মুঠেই মানি নচলে। যাৰ ফলত সঘনাই ৰাজপথত ভয়াবহ তথা কৰুণ দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। এই সমূহ ৰোধ কৰা তথা বাইক আৰোহীসকলক সাৱধানতা অৱলম্বন কৰোৱাৰ বাবে দৰং জিলাৰ আৰক্ষীক সহায় কৰাৰ উদ্দেশ্যৰে মঙলদৈৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় গ্ল’ৰিয়াছ পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে আগবাঢ়ি আহিছে। এই ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ৰাজপথত নিয়ম মানি নচলা মটৰ চাইকেল আৰোহীক ৰখাই এপাহ ফুল আৰু মিঠাই খুৱাই তেওঁলোকৰ ভুলবোৰ আঙুলিয়াই দিয়াৰ এক অনন্য ৰুপত প্ৰয়াস কৰা কাৰ্যই বিশেষ চৰ্চিত হৈছে।

মনকৰিবলগীয়া যে নতুন বছৰ উপলক্ষে বিদ্যালয়খনৰ কৰ্তৃপক্ষই মঙলদৈ-ভূটিয়াচাং ৰাজপথত প্ৰায় ৫০গৰাকী শিশুৰ দ্বাৰা এই অনন্য কাৰ্যসূচী বুধবাৰে গ্ৰহণ কৰে। এই শিশু সকলে বাইক আৰোহী সকলৰ সাৱধানতা অনলম্বন কৰোৱাৰ উদ্দেশ্যৰে ‘সদায় হেলমেট পৰিধান কৰা’, ‘তীব্ৰ গতিত বাইক নচলোৱা’, ‘বাইক চলোৱা সময়ত মদ্যপান কৰিবলৈ মানা কৰা’ আদি বিভিন্ন শ্লোগান তথা প্লে কাৰ্ডেৰে ৰাজপথলৈ ওলাই আহে। শিশু সকলৰ এই অনবদ্য কাৰ্যসূচী ৰুপায়ণত বিদ্যালয় সঞ্চালক মিজানুৰ ৰহমানৰ লগতে বিদ্যালয়ৰ অধ্যক্ষা বন্দনা শৰ্মা বৰদলৈও উপস্থিত থাকে।

Apply Now

শিশুসকলে কৰা এঘণ্টীয়া কাৰ্যসূচীত দৰং আৰক্ষীৰ অধীক্ষক শ্ৰীজিঠ থিৰাভিয়াম, অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যজিত নাথৰ লগতে বহুতো লোকে উৎসাহ তথা প্ৰেৰণা যোগায়। ইয়াৰ উপৰি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে বিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ-ছাত্ৰীসকলে দেখুওৱা সামাজিক দায়বদ্ধতাৰ বাবে ধন্যবাদ তথা শুভেচ্ছা প্ৰদান কৰে।

ময়ুখ গোস্বামী

ময়ুখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd