• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মমতা বেনাৰ্জীয়ে বিনিয়োগকাৰীক হাইজেক কৰাৰ অভিযোগ মন্ত্ৰী পাটোৱাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 8:36 am
22-03-18-Guwahati-Chandra-Mohan-Patowary-PMT-1

মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বৃহস্পতিবাৰে এই অভিযোগ কৰে যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ ৰাজ্যখনক উত্তৰ-পূব তথা দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ বুলি কৈ বিনিয়োগকাৰীক হাইজেক কৰাৰ চেষ্টা কৰিছে।

বিশ্ব বিনিয়োগ সন্মিলনত অসম চৰকাৰে ১ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা বুলি দাবী কৰিছে।

Apply Now

পশ্চিমবংগই বেংগল বিশ্ব বাণিজ্য সন্মিলনৰ চতুৰ্থ  সংস্কৰণ অনুষ্ঠিত কৰিছে আৰু ইয়াৰ পূৰ্বত্তোৰৰ চুবুৰীয়া ৰাজ্যখনতকৈ দুগুণতকৈয়ো অধিক বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে।

‘’ ভাৰত- আছিয়ান সম্পৰ্কৰ কেন্দ্ৰ হিচাপে ৰাজ্যখনে প্ৰতিষ্ঠা লাভ কৰিবলৈ ওলোৱাৰ সময়তে পশ্চিমবংগই বিনিয়োগকাৰীসকলক হাইজেক কৰাৰ প্ৰচেষ্টা চলাইছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনক উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে ধৰি লৈ  সামগ্ৰী আৰু সেৱাসমূহ প্ৰথমতে পশ্চিমবংগত কেন্দ্ৰীভূত কৰি তাৰ পৰা উত্তৰ-পূবলৈ আৰু তাৰপিছত দক্ষিণ-পূব এছিয়ালৈ প্ৰেৰণ কৰাটো বিচাৰে,’’-পাটোৱাৰীয়ে কয়।

পাটোৱাৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইয়াত অনুষ্ঠিত হৈ যোৱা বিশ্ব বিনিয়োগ সন্মিলন উদ্বোধন কৰি উত্তৰ-পূবক ভাৰতৰ এক্ট ইষ্ট নীতিৰ কেন্দ্ৰ হিচাপে ইতিমধ্যে ঘোষণা কৰিছে।

‘’  প্ৰধানমন্ত্ৰী মোডীয়ে গোটেই নীতিটো আছিয়ানৰ সৈতে সংযুক্ত কৰি নতুন ধাৰণাৰে এক্ট ইষ্টৰ লক্ষ্য বাস্তৱত পৰিণত কৰাৰ পথ মুকলি কৰিছে। অসম চৰকাৰে যোৱা ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে বিশ্ব বিনিয়োগ সন্মিলন ‘এডভান্টেজ আছাম’ আয়োজন কৰাৰ উদ্দেশ্যও আছিল এইটো।‘’

‘’দেশৰ লগতে বিদেশৰো বাণিজ্য আৰু ৰাজনৈতিক ক্ষেত্ৰৰে নেতাসকলৰ বিশেষকৈ আছিয়ান আৰু বিবিএন দেশসমূহৰ দৃষ্টি আকৰ্ষণ কৰা ক্ষেত্ৰত সন্মিলনখন আছিল এক বিৰাট সফলতা। উদ্যোগসমূহে কেন্দ্ৰীয় খণ্ডত বিনিয়োগৰ বাবে দেখুওৱা আগ্ৰহ অৱশ্যেই উৎসাহজনক। আমি প্ৰায় ১ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছো,’’-পাটোৱাৰীয়ে কয়।

তেওঁ লগতে কয় যে বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অঞ্চলটোৰ আটাইকৈ বৃহৎ পৰিসৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডক উৎসাহিত কৰাৰ বাবে ৩০০০ কোটি টকাৰ বিশেষ পেকেজ মুকলি কৰি দিয়াৰ জৰিয়তে মোডীয়ে এক্ট ইষ্ট নীতিৰ কেন্দ্ৰ হিচাপে উত্তৰ-পূবক এক নতুন মাত্ৰা দিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd