• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাইবাং কাণ্ডত জড়িত বিজেপি-আৰ এছ এছ : হাফলঙত দাবী প্ৰদেশ কংগ্ৰেছ নেতাৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 29, 2018 9:46 pm
APCC team in Haflong Civil Hospital

হাফলং চিকিৎসালয়ত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুজন যুৱকে প্ৰাণ হেৰুৱাব লগা হোৱা মাইবাং কাণ্ডত বিজেপি-আৰ এছ এছ জড়িত থকা বুলি আজি অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছ নেতা মুকুল শৰ্মাই। হাফলঙৰ ৰাজীৱ ভৱনত আজি অনুষ্ঠিত এক সংবাদমেলত এই মত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছ নেতাজনে।

তেওঁ ৰাইজৰ মাজত অস্থিৰতাৰ সৃষ্টি কৰাৰ বাবে আৰ এছ এছ নেতা জগদম্বা মালক গ্ৰেপ্তাৰ কৰাৰো দাবী জনায়।

Apply Now

নাগালেণ্ডত ডিমা-হাচাও অন্তৰ্ভুক্তিৰ দৰে ‘সংবেদনশীল আৰু জনসাধাৰণৰ আৱেগজড়িত বিষয়ত’ ‘আৰ এছ এছ আৰু তেওঁলোকৰ প্ৰচাৰক জগদম্বা মালৰ হস্তক্ষেপ’ ‘অনাহূত’ বুলিও মন্তব্য কৰে নেতাজনে।

হাফলং অসামৰিক চিকিৎসালয়লৈ গৈ মাইবাং কাণ্ডত আহতসকলৰ অৱস্থাৰ বুজ লোৱা প্ৰদেশ কংগ্ৰেছৰ দলটোৱে এই সংবাদ মেল আয়োজন কৰিছিল।

কংগ্ৰেছী নেতাজনে নিজৰ অধিকাৰ আৰু অসমৰ অখণ্ডতা ৰক্ষাৰ বাবে মূৰ দাঙি ঠিয় দিয়া ডিমাচা হাচাওৰ জনসাধাৰণৰ শলাগ লয়।

শৰ্মাই দুজন লোকে মূল্যৱান জীৱন হেৰুৱাব লগা হোৱা ঘটনাটো ‘সম্পূৰ্ণৰূপে এৰাই চলিব পৰা ঘটনা’ বুলি অভিহিত কৰি জিলা প্ৰশাসন পৰিস্থিতি নিয়ন্ত্ৰণত বিফলতা হোৱাৰ বাবেই এই কাণ্ড সংঘটিত হোৱা বুলি দাবী কৰে।

তেওঁ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ওপৰত নিৰপেক্ষ তদন্ত দাবী কৰে।

স্ংবাদ মেলখনত ডিমা হাচাও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সম্পাদক ৰামান্না বৰুৱা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অংকুৰ ৰাজ গগৈৰ লগতে জিলাখনৰ বহুসংখ্যক কংগ্ৰেছ নেতাও উপস্থিতি থাকে।

প্ৰাক্তন মন্ত্ৰী তথা অসমৰ জ্যেষ্ঠ ৰাজনীতিক গোবিন্দ চন্দ্ৰ লাংথাচা স্ত্ৰ’ক হৈ চিকিৎসালয়ত ভৰ্তি কৰিব লগা হোৱা বাবে জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা দলটোৰ লগত উপস্থিত থাকিব নোৱাৰিলে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd