• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিজোৰামৰ ক্ষুব্ধ বিমান যাত্ৰীয়ে জেট এয়াৰৱেজৰ বিৰুদ্ধে দাখিল কৰিলে অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 1:20 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিমানসেৱা প্ৰত্যাহাৰ কৰাৰ বাবে ক্ষুব্ধ হৈ মিজোৰাম অভিমুখী যাত্ৰীয়ে ব্যক্তিগত বিমানসেৱা জেট এয়াৰৱেজৰ বিৰুদ্ধে শুকুৰবাৰে আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে।

ক্ষুব্ধ যাত্ৰীসকলে অভিযোগ কৰে যে বিমান কৰ্তৃপক্ষই মিজোৰামলৈ অহা-যোৱা কৰা বিমানসমূহ সঘনাই নিলম্বন কৰা কাৰ্য অত্যন্ত দুৰ্ভাগ্যজনক।

Apply Now

জেট এয়াৰৱেজে দিল্লীৰ পৰা আইজললৈ দুদিন নিৰ্দিষ্ট সময়ত উৰিবলগীয়া বিমান বাতিল কৰাৰ ফলত যাত্ৰীসকল চৰম অসুবিধাৰ সন্মুখীন হৈছিল। বিমানসেৱা কৰ্তৃপক্ষই বিমানসেৱা প্ৰত্যাহাৰ কৰাৰ কাৰণ হিচাপে বেয়া বতৰৰ কথা ব্যক্ত কৰিছিল।

খ্ৰীষ্টমাছৰ বাবে ঘৰলৈ আহিবলগীয়া যাত্ৰীসকলৰ বাবে ই চৰম বিপৰ্যয়ৰ সৃষ্টি কৰিছে।

খ্ৰীষ্টান ধৰ্মাৱলম্বী অধ্যুষিত ৰাজ্য মিজোৰামৰ অতি গুৰুত্বপূৰ্ণ উৎসৱ খ্ৰীষ্টমাছৰ বাবে দিল্লীৰ পৰা ঘৰ অভিমুখী প্ৰায় ৩২০ গৰাকী যাত্ৰী আছিল।

ইয়াৰ মাজতে যাত্ৰীসকলে উল্লেখ কৰে যে যিসময়ত জেট এয়াৰৱেজে বেয়া বতৰৰ বাবে বিমানসেৱা নিলম্বনৰ কথা ব্যক্ত কৰিছিল, সেইদিনাই এয়াৰ ইণ্ডিয়াৰ এখন বিমানে আইজলৰ লেংপুই বিমানবন্দৰত সফলতাৰে অৱতৰণ কৰিছিল।

যাত্ৰীসকলে লগতে অভিযোগ কৰিছিল যে জেট এয়াৰৱেজে দিল্লীৰ পৰা আইজললৈ, গুৱাহাটীৰ পৰা আইজললৈ আৰু আইজলৰ পৰা দিল্লীলৈ যাবলগীয়া বিমানসমূহ প্ৰত্যাহাৰ কৰাটো এটা নিয়মিত ঘটনা হৈ পৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে, অতিৰিক্ত বিমানৰ যোগাৰ কৰি দিয়াৰ দায়িত্ব থকা জেট এয়াৰেৱজ কৰ্তৃপক্ষই সেয়া কৰিবলৈ অমান্তি হয় আৰু যাত্ৰীসকলক পথ পৰিৱহনেৰে লক্ষ্যস্থানলৈ যোৱাৰ বাবে পৰামৰ্শ দিয়ে। তদুপৰি, যাত্ৰীসকলক শলঠেকত পেলাই জেট এয়াৰৱেজ কৰ্তৃপক্ষই আনকি যাত্ৰীসকলৰ থকাৰ ব্যৱস্থাও প্ৰদান নকৰিলে।

একাংশ ক্ষুব্ধ যাত্ৰীয়ে লগতে অভিযোগ কৰে যে উত্তৰ-পূবৰ যাত্ৰীসকল প্ৰায়েই ব্যক্তিগত খণ্ডৰ বিমান কৰ্তৃপক্ষৰ দ্বাৰা অৱহেলিত হৈ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd