• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিষ্টাৰ মডেল অব দা ৱৰ্ল্ডত অংশ গ্ৰহণৰ বাবে সাজু দীপাংকৰ তালুকদাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 22, 2018 9:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্চৰ প্ৰথম সপ্তাহত বাংগালুৰুত অনুষ্ঠিত ফাইনেল অনুষ্ঠানত দীপাংকৰ তালুকদাৰে মিষ্টাৰ ইণ্ডিয়া ২০১৮ৰ খিতাপ জয় কৰে। এইবাৰ ম্যানমাৰৰ য়াংগুনত অহা ২০ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিললৈকে অনুষ্ঠিত হ’বলগীয়া মিষ্টাৰ মডেল অব্ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব তালুকদাৰে।

এই সন্দৰ্ভত দীপাংকৰে নৰ্থ ইষ্ট নাওক কয় ‘মই আপোনালাকক জনাবলৈ পাই অত্যন্ত সুখী যে ম্যানমাৰত অনুষ্ঠিত হ’বলগীয়া মিষ্টাৰ মডেল অব্ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ, য’ত ২৫খন দেশৰ প্ৰতিযোগীয়ে ভাগ ল’ব। মই আপোনালাকৰ পৰা মৰম তথা আশীৰ্বাদ বিচাৰোঁ আৰু আশাকৰোঁ যে মই এই খিতাপ ভাৰতলৈ লৈ আহিব পাৰিম।’

Apply Now

মাৰ্চৰ প্ৰথম সপ্তাহত বাংগালুৰুত ৩০গৰাকী চূড়ান্ত অংশগ্ৰহণকাৰীৰ শীৰ্ষত থাকি দীপাংকৰে খিতাপ দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ অনুষ্ঠান পৰিচালনা কৰিছিল অক্ষয় ৰায়চুৰকাৰে, লগতে বহু আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰিচালকজনে তেওঁৰ কাষত থকা বহু মডেলক গ্ৰুম কৰিছিল।

আনহাতে দীপাংকৰক কৰিঅ’গ্ৰাফীৰ প্ৰশিক্ষণ দিয়া কৰিঅ’গ্ৰাফাৰ উদয় শংকৰে নৰ্থ ইষ্ট নাওক কয় ‘আমি টেলেণ্ট ৰাউণ্ডৰ ক্ষেত্ৰৰ লগতে মিউজিকেল ৰাউণ্ডত দীপাংকৰৰ বাবে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিছো। আমাৰ আশা আছে তেওঁ এই প্ৰতিযোগিতাখনিত যোগদান কৰি অসমৰ লগতে সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব।‘

তদুপৰি দীপাংকৰৰ শৰীৰ চৰ্চাৰ প্ৰশিক্ষকৰ দ্বায়িত্বত থকা কৌশিক ভূঞাই নৰ্থ ইষ্ট নাওক জনাই যে তেওঁ দীপাংকৰক এবছৰ ধৰি শৰীৰটোক সঠিক ৰূপত গঢ় দিয়াৰ বাবে প্ৰশিক্ষণ দি আহিছে। যিটো প্ৰতিযোগিতাত দীপাংকৰে অংশগ্ৰহণ কৰিবৰ বাবে যাব সেই প্ৰতিযোগিতাৰ বাবে শাৰিৰীকভাৱে সুন্দৰ দেখাটো খুবেই প্ৰয়োজনীয়। লগতে তেওঁ দীপাংকৰে ভাৰতলৈ বিজয়ৰ মুকুট কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আশা কৰে।

মেকানিকেল ইঞ্জিনিয়াৰ দীপাংকৰ তালুকদাৰ ২০১৫ চনৰে পৰা মডেলিঙৰ পেছাত আছে। দীপাংকৰে ৰয়েল স্কুল অব ইঞ্জিনিয়াৰিং এণ্ড টেকন’ল’জিৰ পৰা অভিযান্ত্ৰিক বিষয়ত শিক্ষা লাভ কৰি সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল।

শৰীৰ আৰু গঠনৰ প্ৰতিযোগিতা (ফটো শ্বুট আৰু ছুইমৱেৰৰ ৰেম্প), সংস্কৃতি আৰু ঐতিহ্য (ৰাষ্ট্ৰীয় পোছাক প্ৰতিযোগিতা, পৰম্পৰাগত পোছাকৰ ফেশ্বন শ্ব’, অকচন শ্ব’, ম্যানমাৰ ডিজাইনাৰ নাইট), পৰ্যটন (ম্যানমাৰৰ প্ৰাচীন চহৰ ভ্ৰমণ ইত্যাদি)এই মি মডেল অব দা ৱৰ্লড ২০১৮ ত সামৰি লোৱা হৈছে বুলি দীপাংকৰে জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd