• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ নগাঁৱৰ প্ৰৱঞ্চক বিজু বনিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 8:29 am
অভিযুক্ত বিজু বনিয়া ওৰফে বিজু কাশ্যপ

অভিযুক্ত বিজু বনিয়া ওৰফে বিজু কাশ্যপ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ বিৰুদ্ধে সদায় সৰব হৈ থকা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতে পোহৰলৈ আহিছে আন এক দুৰ্নীতিৰ তথ্য। সোণোৱাল চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অভিযান চলাই এজনৰ পিছত আন এজন বিষয়া ৰঙা ঘৰৰ আলহী কৰোৱাৰ সময়তে কালি পুনৰ আৰক্ষীৰ জালত পৰিল নগাঁৱৰ আন এজন প্ৰৱঞ্চক। জানিব পৰা মতে নগাঁৱৰ প্ৰৱঞ্চক বিজু বনিয়া ওৰফে বিজু কাশ্যপে বিগত এবছৰৰো অধিক কাল ঠিকা-ঠুকলি, চাকৰিৰ বদলি-পদোন্নতিৰ নামত অধিক হাৰত ধন সংগ্ৰহ কৰি আহিছিল। বিশেষকৈ আৰক্ষী আৰু বন বিভাগৰ কিছুসংখ্যক বিষয়াৰ বদলিৰ নামত অভিযুক্ত বিজুৱে দীৰ্ঘদিন ধৰি ধন সংগ্ৰহ কৰিছিল।

বুধবাৰে দিছপুৰ আৰু হাতীগাওঁ আৰক্ষীয়ে যুটীয়াভাবে অভিযান চলাই ধৃত বিজু বনিয়া ওৰফে বিজু কাশ্যপক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে এই প্ৰৱঞ্চক জনে আৰক্ষীৰ এজন অতিৰিক্ত সঞ্চালক প্ৰধান আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ নাম লৈ বিভিন্ন বিষয়াক জালত পেলাই দীৰ্ঘদিন ধৰি ধন দাবী কৰি আহিছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই প্ৰৱঞ্চক জনক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰখাৰ লগতে বেংক একাউন্ট আৰু সা-সম্পত্তিক লৈও তদন্ত আৰম্ভ কৰিছে।

Apply Now

আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথে জানিবলৈ দিয়া অনুসৰি পুৰ্বেও প্ৰৱঞ্চক জনে এজন চৰকাৰী বদলি কৰাৰ নামত ধন দাবী কৰাৰ সময়তে আৰক্ষীয়ে বিষয়টো অবগত হৈ তেওঁক সকীয়নী প্ৰদান কৰিছিল, কিন্তু ধৃত বিজুৱে বিনা দ্বিধাৰে অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া চলাই নিছিল। ইয়াৰ উপৰিও আৰক্ষী আয়ুক্ত জনে কয় যে এজন আৰক্ষী বিষয়াৰ বদলিৰ নামত ধন সংগ্ৰহ কৰা অভিযোগৰ লগতো এই প্ৰৱঞ্চক জন জড়িত আৰু বিষয়া সকলক বিজুৱে নিজকে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ ঘনিষ্ঠ বুলিও দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd