• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুটীয়া সংসদীয় কমিটীৰ কাৰচাজি কোনো কাৰণতে মানি লোৱা নহ’ব : বাওঁ গণতান্ত্ৰিক মঞ্চ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2018 2:35 pm
06-04-18 Guwahati- Deben Bhattacharya PMT (2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত শুনানি অনুষ্ঠিত নকৰাকৈ যুটীয়া সংসদীয় কমিটীয়ে প্ৰতিবেদন দাখিল কৰিবলৈ চলোৱা কাৰচাজি কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে বাওঁ গণতান্ত্ৰিক মঞ্চই।

গুৱাহাটী প্ৰেছ ক্লাবত শুকুৰবাৰে এখন সংবাদমেলত আয়োজন কৰি বাওঁ গণতান্ত্ৰিক মঞ্চই কয় যে কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ সৈতে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক জীৱনৰ ওতপ্ৰোত সম্পৰ্ক আছে।

Apply Now

কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ স্বাৰ্থৰ সম্পূৰ্ণ পৰিপন্থী এই বিধেয়কখন  সংসদত উত্থাপন কৰি ইয়াত আইনত পৰিণত কৰাৰ অহৰ্নিশে চেষ্টা চলাই আছে। লোক সভাত উত্থাপনৰ পিছত বিৰোধী দলসমূহৰ প্ৰবল প্ৰতিবাদ আৰু হেঁচাত বিধেয়কখন যৌথ কমিটীলৈ অধ্যয়নৰ বাবে প্ৰেৰণ কৰা নাই।

যুটীয়া সংসদীয় কমিটীয়ে পৰৱৰ্তী সময়তে বিভিন্ন দল-সংগঠনৰ সৈতে মত-বিনিময় কৰাৰ উদ্দেশ্যে দেশৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰি শুনানি গ্ৰহণ কৰে যদিও আজি পৰ্যন্ত অসমলৈ আহি শুনানি নকৰাত বাওঁ গমতান্ত্ৰিক মঞ্চই তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে।

কেন্দ্ৰীয় চৰকাৰে জনমতক উপেক্ষা কৰিলে আগন্তুক সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিছে এঘাৰটা ৰাজনৈতিক দলৰ এই উমৈহতীয়া মঞ্চই।

সংবাদমেলযোগে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এখনত ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি বাওঁ গণতান্ত্ৰিক মঞ্চই সকীয়াই দিছে। যুটীয়া সংসদীয় কমিটী অসমলৈ আহি দল-সংগঠনসমূহৰ মতামত গ্ৰহণ কৰাটো অতি জৰুৰী বুলি বাওঁ গণতান্ত্ৰিক মঞ্চই মন্তব্য কৰিছে।

উল্লেখযোগ্য যে চি পি আই (এম), চি পি আই, চি পি আই (এম-এল), এন চি পি, জনতা দল (এছ), সমাজবাদী পাৰ্টি, আম আদমি পাৰ্টি, এল ডি পি, অসম সংগ্ৰামী মঞ্চ, আৰ চি পি আই আৰু এ আই  এফ বিক লৈ বাঁও গণতান্ত্ৰিক মঞ্চ গঠন কৰা হৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd