• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসংস্কৃতিক বাদ দি বৃহত্তৰ অসমীয়া সমাজখনৰ সাংস্কৃতিক তথা বৌদ্ধিক উত্তৰণ অসম্ভৱঃ ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 8:50 am
Folk artist Loknath Kutum being conferred with Mohan Bhaira Bota
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জাতি-জনগোষ্ঠীৰ লোকসংস্কৃতিৰ প্ৰতিবিধ সামগ্ৰী-বাদ্যযন্ত্ৰই বৃহত্তৰ অসমীয়া সংস্কৃতিৰ হৃদয়ৰ স্পন্দন স্বৰূপ। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক সোণসেৰীয়া কৰি বিশ্ব দৰবাৰলৈ আগবঢ়াই নিয়া এই গৰিমামণ্ডিত লোকসংস্কৃতিক বাদ দি বৃহত্তৰ অসমীয়া সমাজখনৰ সাংস্কৃতিক তথা বৌদ্ধিক উত্তৰণ অসম্ভৱ ‘, এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

বৃহস্পতিবাৰে নলবাৰী নাট্য মন্দিৰত নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাৰ উদ্যোগত প্ৰদান কৰি অহা ‘মোহন ভাইৰা স্মাৰক বঁটা ২০০১৮’ প্ৰদান কৰা হয় লোককলাৰ সাধক, মিচিং জনজাতীয় শিল্পী লোকনাথ কুটুমক।

Apply Now

উক্ত বঁটাটি প্ৰদান কৰে প্ৰথিতযশা ভাস্কৰ্য শিল্পী বীৰেন সিংহই। বঁটা প্ৰদান কৰি সিংহই কয় যে লোকনাথ কুটুম নিভাজ হৃদয়ৰ স্বদেশ আৰি স্বজাতিক হৃদয় উজাৰি ভালপোৱা লোকসংস্কৃতিৰ এগৰাকী সাধক।

এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা আছুৰ মুখ্য উপদেষ্টা ড০ ভট্টাচাৰ্যই নিজৰ ভাষণ প্ৰসংগত গুৰুত্ব সহকাৰে কয় যে লোকসংস্কৃতিক বাদ দি বৃহত্তৰ অসমীয়া সমাজখনৰ সাংস্কৃতিক তথা বৌদ্ধিক উত্তৰণ অসম্ভৱ ।

Folk artist Loknath Kutum being conferred with Mohan Bhaira Bota
স্মাৰক পত্ৰ গ্ৰহণ কৰা মুহুৰ্তত

‘মোহন ভাইৰা স্মাৰক বঁটা’ প্ৰদান অনুষ্ঠানত মখ্য অতিথি হিচাপে উপস্থিত থাকি ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰবাদপ্ৰতিম লোকসংস্কৃতিৰ পুৰোধা শিল্পী মোহন ভাইৰালৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।

লবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ পৌৰোহিত্যত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ছাত্ৰ নেতাজনে থলুৱা শিল্প-সংস্কৃতিৰ উদ্যোগক উদগণি জনোৱা আৰু শিল্প-সংস্কৃতিৰ লগত জড়িত অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলক উৎসাহিত কৰাৰ বাবে ‘লোকসংস্কৃতিৰ প্ৰেৰণা পুঁজি’ শীৰ্শক এটি পুঁজি গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়।

বঁটা প্ৰদান অনুষ্ঠানত নলবাৰী উন্নতি সভাৰ সভাপতি ৰাধানাথ কলিতা, সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, অক্ষয় ডেকা উপস্থিত থাকে।

কিংবদন্তী শিল্পী মোহন চন্দ্ৰ বৰ্মনৰ পত্নী সৰস্বতী বৰ্মনে প্ৰয়াত স্বামীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুশ্ঠানৰ শুভাৰম্ভণি কৰে।

উল্লেখ্য যে অনুষ্ঠানৰ পূৰ্বে গড়কাপ্তানি পৰিদৰ্শন বঙলাৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰে মিচিং জনজাতীয় শিল্পী লোকনাথ কুটুমক নাট্য মন্দিৰলৈ আদৰি আনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd