• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত পুতেক-বোৱাৰীয়েকৰ অৱহেলা-অপমানত ভাৰাঘৰতে আত্মহত্যাৰে জীৱন সামৰিলে বৃদ্ধ মাক-দেউতাকে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2018 11:40 pm
Rajani

সুদিনত ভূপেন হাজৰিকাৰ সৈতে ৰজনী খাৰঘৰীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি শিৱসাগৰ চহৰৰ মাজমজিয়াতে এহাল বৃদ্ধ দম্পতীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ দৰে এটা হৃদয়বিদাৰক ঘটনাই গোটেই চহৰখনৰে সচেতন লোকৰ মন-মগজু জোকাৰি গৈছে। পুত্ৰ-বোৱাৰীৰ চৰম অৱহেলা আৰু অপমান  সহ্য কৰিব নোৱাৰি দুয়ো এই চৰম সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। এসময়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সাংস্কৃতিককৰ্মী ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াই নিজৰ ভাৰাঘৰতে চিপ লৈ আত্মহত্যা কৰে।

উল্লেখযোগ্য যে একমাত্ৰ পুতেকক অ’ এন জি চিৰ চাকৰি যোগাৰ কৰি দিওঁতে নিজৰ ঘৰ-মাটিও বিক্ৰী কৰিছিল খাৰঘৰীয়াই। কিন্তু কেতিয়াও ভাবিব পৰা নাছিল নিজৰ মোটা অংকৰ দৰমহা পোৱা পুতেক থাকোতেও অঘৰী তথা সম্বলহীনৰ দৰে চৰম দৰিদ্ৰতাৰ মাজত জীৱন কটাব লাগিব বুলি।

Apply Now

জানিব পৰামতে ৰুগ্ন ৰুবী খাৰঘৰীয়াৰ দৰব কিনিবলৈও হাতত পইচা নাছিল খাৰঘৰীয়া দম্পতীৰ। আনহাতে ভাৰাঘৰৰ ভাৰা দিয়া, জীৱন চলোৱাও কঠিন হৈ পৰিছিল দুয়োজনৰ। তেওঁলোকে বিভিন্নজনৰ ওচৰত হাত পাতিব লগীয়া হৈছিল।

আনহাতে ৰজনী খাৰঘৰীয়াই ছুইচাইড নোট হিচাপে কেইবা পৃষ্ঠাৰ পত্ৰ লিখি গৈছে। এই দীঘল পত্ৰসমূহত লিখা আছে পুত্ৰ দেৱাশিস খাৰঘৰীয়াৰ অত্যাচাৰ-অৱহেলা, বোৱাৰীয়েকে কৰা অপমানৰ কথা।

অৱশেষত এইদৰেই আত্মহত্যাকে পুতেক-বোৱাৰীয়েকৰ অৱহেলা-অপমানৰ প্ৰতিবাদৰ উপায় কৰিব লগীয়া হয় দুয়ো মাক-দেউতাকে।

জানিব পৰামতে এসময়ত প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল ৰজনী খাৰঘৰীয়া। তেওঁ সাংস্কৃতিক কৰ্মীও আছিল। প্ৰযোজনা কৰিছিল দূৰদৰ্শনৰ ধাৰাবাহিক। নাট্যগোষ্ঠী স্থাপন কৰিছিল। এইবোৰৰ বাবে তেওঁ বঁটা-বাহনো লাভ কৰিছিল।

জানিব পৰামতে, খাৰঘৰীয়া দম্পতীয়ে তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তানৰ পিছতো এটা পুত্ৰ সন্তান পাবৰ বাবে দৌল-দেৱালয়ত পূজা-অৰ্চনাও কৰিছিল। পুত্ৰ সন্তান লাভ কৰাৰ পিছত আতোলতোলকৈ ডাঙৰ কৰিছিল।

তেনেকুৱা অতুলনীয় মৰমৰ মাজেৰে লালন কৰা পুত্ৰয়েই এদিন আত্মহত্যাৰ কৰিবলৈ বাধ্য কৰালে খাৰঘৰীয়া দম্পতীক।

ঘটনাটোৱে কেৱল শিৱসাগৰ চহৰকে নহয়, গোটেই ৰাজ্যবাসীৰ চিন্তা-চেতনাক জোকাৰি গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd