• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা গুৱাহাটীত মুকলি হ’ব ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 10:57 am
Bhutan-Consulate-General-Office-in-Guwahati-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে গুৱাহাটীত ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয় মুকলি হোৱাৰ লগে লগে ভাৰত-ভূটান সম্পৰ্কৰ দিশত এক নতুন অধ্যায়ৰ সূচনা হ’ব।

গুৱাহাটীত ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয় মুকলিৰ জৰিয়তে ভূটান সাম্ৰাজ্যৰ লগত পূৰ্বৰে পৰা থকা বিশেষকৈ অসমৰ আৰু সাধাৰণভাৱে উত্তৰ পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্কত বাবে এক মাত্ৰা প্ৰদান কৰিলে।

Apply Now

ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয়টো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ অসমৰ ৰাজধানী চহৰখনৰ পাঞ্জাবাৰীত মুকলি কৰা হ’ব।Bhutan-consulate-interior-300x227

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে এই মুকলি অনুষ্ঠানটোৰ বাবে ইতিমদ্যে আহি মহানগৰীত উপস্থিত হৈছে।

শুকুৰবাৰে ভূটানৰ বাণিজ্যদূত প্ৰধানৰ  কাৰ্যালয় মুকলি অনুষ্ঠানৰ বাবে ভূটানৰ প্ৰতিনিধি দলৰ এটা বৃহৎ বাহিনী হোটেল তাজ ভিভান্টাত বাহৰ পাতি আছে।

উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও সতীৰ্থ মন্ত্ৰী, শীৰ্ষ বিষয়া সমন্বিতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব।

বৈদেশিক পৰিক্ৰমা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলো এই উপলক্ষে আহি মহানগৰীত উপস্থিত হৈছে।

ভূটানৰ বাণিজ্য দূতৰ কাৰ্যালয় গৃহটো সুন্দৰকৈ সজাই তোলা হৈছে। কাৰ্যালয়টোত চুবুৰীয়া ৰাষ্ট্ৰখনৰ কলা সংস্কৃতিৰ প্ৰদৰ্শন আটোমটোকাৰীকৈ সজোৱা হৈছে।

ভূটানৰ বাণিজ্যদূতৰ কাৰ্যালয়টো উদ্বোধন কৰাৰ আগমুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভূটান পৰম্পৰাগতভাৱে বিৰল প্ৰাকৃতিক সম্পদেৰে চহকী। এইবোৰ যদি অসমে আইনগতভাৱে কৰ্ষণ কৰিব পাৰে তেতিয়াহ’লে ভূটানৰ লগতে অসমো উপকৃত হ’ব। এইক্ষেত্ৰত ভূটানৰ বাণিজ্য দূত প্ৰধানৰ কাৰ্যালয়টোৱে সেতু হিচাপে কা কৰিব।

ভাৰত-ভূটান সম্পৰ্কৰ ৫০ বছৰ উপলক্ষে গুৱাহাটীত ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয়টো মুকলি কৰা হ’ব। এই কাৰ্যালয়টোৱে ভূটান-ভাৰত সীমান্তৰে ভ্ৰমণ বাবে অহা ভূটীয়া লোকসকলে সন্মুখীন হোৱা অসুবিধাসমূহো দূৰ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd