• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেনাৰ উদ্যোগত গোৱালপাৰাত অনাথৰ বাবে ‘ইফতাৰ’ পাৰ্টি

ছফিকুল আহমেদ by ছফিকুল আহমেদ
June 10, 2018 8:34 am
Iftar-party-in-Goalpara.-Northeast-Now-570x320

গোৱালপাৰাত সেনাৰ উদ্যোগত ইফতাৰ পাৰ্টি। ফটো : নৰ্থ ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলা বালাজানাত থকা সেনা শিৱিৰৰ উদ্যোগত শনিবাৰে মাৰ্কাজ ডাৰুল য়াটামা (অনাথ গৃহ)ত অনাথসকলৰ বাবে পৱিত্ৰ ৰমজান মাহ উপলক্ষে এটা ইফতাৰ পাৰ্টিৰ আয়োজন কৰে।

অনাথসকলৰ লগতে স্থানীয় লোক, শীৰ্ষ প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়া আৰু সেনা বিষয়াকে ধৰি মিলি প্ৰায় ৭০০ লোক ইফতাৰ পাৰ্টিত উপস্থিত থাকে।

Apply Now

সমাজৰ সকলো শ্ৰেণীৰ প্ৰতিনিধিয়ে সেনাই আয়োজন কৰা ইফতাৰ পাৰ্টি গোৱালপাৰাত ভাতৃত্ববোধ, শান্তি আৰু সম্প্ৰীতিৰ এনাজৰী বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ প্ৰয়াস বুলি ব্যক্ত কৰিছে।

বালিজানাৰ সেনা শিৱিৰৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল বিৱেক ভাটে উপস্থিত সকলোকে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু লগতে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় যে ৰমাজানৰ পৱিত্ৰ মাহত একতা, সুখ আৰু এক ভাতৃত্ববোধৰ অনুভৱ জাগ্ৰত হওঁক যাতে ইয়ে শান্তি তথা সমৃদ্ধিৰ পথ মুকলি কৰে।

স্থানীয় লোক আৰু অনাথসকলৰ উপৰি ইফতাৰ পাৰ্টিত উপস্থিত থাকে অনাথালয়ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত পশ্চিম বিলাসীপাৰাৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী, পূব গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলম, গোৱালপাৰাৰ অতিৰিক্ত উপাযুক্ত ওমৰ শ্বৰিফ, গোৱালপাৰাৰ নিৰ্বাচনী বিষয়া চন্দন বৰগোঁহাই, গোৱালপাৰাৰ আৰক্ষী বিষয়া নৱনীত মহন্ত, গোৱালপাৰাৰ উপ আৰক্ষী অধীক্ষক (সীমান্ত আৰু মুখ্য কাৰ্যালয়) আনোৱাৰ হুছেইন আৰু গোৱালপাৰা পৌৰ প্ৰশাসন পৰিষদৰ কাৰ্যবাহী বিষয়া বৰ্নালী দাস।

তদুপৰি, মাটিয়া আৰু বালিজানাৰ চক্ৰ বিষয়া, গোৱালপাৰা পৌৰ পৰিষদৰ অধ্যক্ষ, গোৱালপাৰা প্ৰেছ ক্লাৱৰ সভাপতি আৰু আন কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ইফতাৰ পাৰ্টিত উপস্থিত থাকে।

সেনাই উপস্থিত সকলোকে ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰা তথা সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু অদূৰ ভৱিষ্যতেও এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি ব্যক্ত কৰে।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd