• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ দাবীৰে মুখ্য মন্ত্ৰীক সাক্ষাৎ বৰাক উপত্যকা সমন্বয় কমিটিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 11, 2017 7:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ নেতৃত্বত আজি বৰাক উপত্যকা সমন্বয় কমিটিয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ কাৰ্য্যালয়ত সাক্ষাৎ কৰে আৰু এক চমু আলোচনাত ভাগ লয়। সাক্ষাৎ কালত কমিটিয়ে হিন্দু বাংলাদেশীসকলকে ধৰি নিৰ্য্যাতনৰ সন্মুখীন হৈ ভাৰতলৈ অহা বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলক নাগৰিকত্ব দিয়াৰ দাবীত মুখ্য মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে। এই আলোচনাৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসো মুখ্য মন্ত্ৰীৰ সৈতে উপস্থিত আছিল বুলি জনা গৈছে। মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত nenow.in ৰ সৈতে হোৱা মুখামুখিত প্ৰাক্তন মন্ত্ৰীজনে কয়, ‘আমি এন আৰ চি হোৱাটো বিচাৰো, বিজেপিয়ে এন আৰ চিক ভাল পায়। কিন্তু এই প্ৰক্ৰিয়াত কোনো ভাৰতীয় নাগৰিকৰ অসুবিধা হ’ব নালাগে।’ তেওঁ লগতে কয় যে বাংলাদেশৰ পৰা ভাৰতলৈ নিৰ্যাতনৰ সন্মুখীন হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্য্যন্ত অহা হিন্দু বাঙালী, শিখ, জৈন, খ্ৰীষ্টান, পাৰ্চী আদি সকলোকে ভাৰতীয় নাগৰিকত্ব দিব লাগে।

https://youtu.be/2S-LU2DYcz4

Apply Now

এই প্ৰসংগত তেওঁ নাগৰিকত্ব বিলৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে বিজেপিয়ে এই স্থিতিৰ সপক্ষে বহু দিনৰ পৰা যুঁজ চলাই আহিছে। এই লোকসকলৰো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব লাগে আৰু তেওঁলোককো ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰিব লাগে বুলি তেওঁ দাবী কৰে। আনহাতে অসমৰ বিভিন্ন দল-সংগঠনে হিন্দু-বাংলাদেশীৰ সংস্থাপনৰ ক্ষেত্ৰত বিৰোধিতা কৰি অহাৰ পৰিপ্ৰেক্ষিতত  ১৯৭১ চনৰ পিছত অহা হিন্দু বঙালী সকলক সংস্থাপন দিবলৈ অসম চৰকাৰ তথা ৰাজ্যিক বিজেপিক স্মাৰকপত্ৰ প্ৰদান কৰাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আনহাতে অহা ২২ ডিচেম্বৰত বৰাক উপত্যকা বিজেপিৰ সমন্বয় কমিটিয়ে দিল্লীত কেন্দ্ৰীয় পৰ্যায়ৰ বিষয়াসকলৰ সৈতে হিন্দু শৰণাৰ্থী সকলৰ সংস্থাপন প্ৰদানৰ বিষয়ত আলোচনাত মিলিত হ’ব বুলি nenow.in ক জনায়। উল্লেখযোগ্য যে সমন্বয় কমিটিয়ে আজিৰ স্মাৰকপত্ৰৰ সৈতে নাগৰিকত্ব বিধেয়কখনো গাঁঠি দিয়া বুলি জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd