• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোজাইৰ বনবিভাগৰ অভিযানত জব্দ হৈছে বহুকেইখন বালিভৰ্তি ট্ৰাক নাওঁ আৰু টাটা ডি আই বাহন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2018 1:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাকতিক সম্পদৰ ধ্বংশ যজ্ঞ চলি থকাৰ সময়তে হোজাইৰ বন বিভাগে অভিযান চলাই হোজাই জিলাৰ নীলবাগান সংযোগী পথৰ পৰা যোৱা চাৰি দিনৰ ভিতৰত ১০ খনকৈ বালি ভৰ্তি কঢ়িওৱা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। ডবকাৰ দেৱস্থানৰ ১নং মহলৰ অধিনৰ নগাঁৱৰ আমিন পট্টিৰ আহমেদ মাজুমদাৰ নামৰ লোকজনে বালিৰ প্ৰকৃত মহলদাৰক আওকাণ কৰি অবৈধভাবে বালিৰ ব্যৱসায় চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে বালিৰ প্ৰকৃত মহলদাৰজনে।

বিগত চাৰিদিনৰ ভিতৰত হোজাই বন বিভাগে বালি কঢ়িওৱা নাঁও আৰু ১০ খনকৈ বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে এছ-০১-ইচি-৮৭১৪আৰু এছ-০১-বিচি-০৮২০, এছ-০৯-৯৪৪৫, এছ-০৯-এচি-২৯৯৪, এছ-০৯-এচি-১১০৪, এছ-০৯- এচি-৮০৯৩ আৰু এএছএন-৭৭০৭ । উল্লেখনীয় যে ট্ৰাক কেইখনএ হোজাই জিলাৰ যমুনা নৈৰ পাৰৰ  দেৱস্থান-চিতলমাৰি আদি অঞ্চলৰ পৰা কোনোধৰণৰ চালান নোহোৱাকৈ অবৈধভাবে বালি কঢ়িয়াই আহিছিল। সুত্ৰমতে বৰ্তমান ট্ৰাক কেইখন আৰু দুখন টাটা মোবাইল  হোজাইৰ ডি এফ অ’ৰ কাৰ্য্যলয়ত জব্দ হৈ আছে।

Apply Now

আনহাতে প্ৰকৃত বালিৰ মহলদাৰে চৰকাৰক ৰাজহ দিয়াৰ পিছতো অবৈধ ব্যৱসায়ীসকলে চালনা কৰিছিল। সেয়েহে বালিৰ মহলদাৰজন এক প্ৰকাৰ বিপাঙত পৰাত বন বিভাগৰ উচ্চ পদস্ত বিষয়াক অভিযোগ দাখিল কৰি অবৈধ ব্যৱসায়ীসকলক তেওঁলোকৰ ব্যৱসায় ৰোধ কৰাৰ বাবে দাবী জনায়৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd