• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে দিছপুৰ লাষ্টগেটত প্রতিবাদ জনজাতি সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 8:08 am
26-02-18 Guwahati- Tribal organisations protest (5)
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাই আহোম, কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠী- এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি সোমবাৰে দিছপুৰ লাষ্টগেটত প্ৰতিবাদ সাৱ্যস্ত কৰে জনজাতি সংগঠনসমূহৰ সমম্বয়ৰক্ষী সমিতিয়ে।

সদৌ অসম ট্ৰাইবেল সংঘ, নিখিল বড়ো ছাত্ৰ সন্থা(এবছু), সদৌ ৰাভা ছাত্ৰ সন্থা , টাকাম মিচিং পৰিণ কেবাং, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ অসম ট্ৰাইবেল য়ুথ লীগ, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা আদিকে ধৰি কেইবাটাও জনজাতীয় সংগঠনৰ দ্বাৰা গঠিত জনজাতি সংগঠনসমূহৰ সমম্বয়ৰক্ষী সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Apply Now

সমন্বয়ৰক্ষী সমিতিয়ে কোনো কাৰণতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব নোৱাৰিব বুলি চৰকাৰক কঠোৰ ভাষাৰে সকীয়াই দিয়ে।

সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ৰ আলোচনাপন্থী গোটটোৱে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিলেহে অসম ৰক্ষা পৰিব, অসম বিদেশী মুক্ত হ’ব আৰু অসমত খিলঞ্জীয়াৰ আধিপত্য বিস্তাৰ হ’ব বুলি কৰা মন্তব্যকো সমম্বয়ৰক্ষী সমিতিয়ে ভ্ৰান্ত ধাৰণা বুলি আখ্যা দিয়ে।

26-02-18 Guwahati- Tribal organisations protest (3)

সমিতিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ চৰকাৰী প্ৰস্তাৱ শীঘ্ৰে বাতিল কৰা, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত জনজাতিৰ বাবে সংৰক্ষিত ১২,১৫৫টা বেকলগ পদ অহা ৩১ মাৰ্চৰ ভিতৰত পূৰণ কৰা, ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা, অনুসূচিত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী (বন অধিকাৰ স্বীকৃতি) আইন ২০১৬ অনুসৰি জনজাতি বনবাসীক ভূমি পট্টা প্ৰদান কৰা, বি টি চিৰ বাহিৰত বসবাস কৰা বড়ো-কছাৰী, মেচ আৰু হাজং জনগোষ্ঠীক স্বায়ত্তশাসত প্ৰদান কৰা আৰু মিচিং, তিৱা, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰো দাবী উহ্থাপন কৰে।

সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক তথা সমম্বয়ৰক্ষী সমিতিৰ মুখ্য সমম্বয়ক আদিত্য খাখলাৰী, এবছুৰ সভাপতি তথা সমিতিৰ সমম্বয়ক প্ৰমোদ বড়ো, সদৌ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি তথা সমিতিৰ সমম্বয়ক ৰমেন সিং ৰাভা আদিয়ে নেতৃত্ব দিয়া প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd