• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮ মাৰ্চত দিছপুৰ কঁপাব হেজাৰ হেজাৰ বঞ্চিত গৃহৰক্ষী জোৱানে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 12:04 pm
15
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন দাবীৰ সমৰ্থনত অহা আঠ মাৰ্চত ৰাজ্যৰ কেইবা হেজাৰ গৃহৰক্ষী জোৱানে ধৰ্ণা দিব দিছপুৰত। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি অনন্ত দাসে সোমবাৰে গোৱালপাৰাত এই কথা ঘোষণা কৰে।

ৰাজ্যৰ প্ৰশিক্ষণপ্ৰাপ্ত ২৬,৬৬২ গৃহৰক্ষী জোৱানৰ জীৱনক লৈ চৰকাৰে হেতালি খেলা বুলি অভিযোগ কৰি তেওঁ এই ধৰ্ণা কাৰ্যসূচীৰ কথা ঘোষণা কৰে।

Apply Now

সোমবাৰে গোৱালপাৰা জিলা গৃহৰক্ষী সন্থাৰ উদ্যোগত গোৱালপাৰা চহৰৰ গান্ধী ভৱনত অনুষ্ঠিত অষ্টম বাৰ্ষিক জিলা সন্মিলনীৰ সাধাৰণ সভাত উপস্থিত থাকি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতিজনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

সভাত তেওঁ কয় যে  গৃহৰক্ষীসকলে সন্মুখীন হোৱা জ্বলন্ত সমস্যাসমূহ সমাধান কৰিবলৈ দীৰ্ঘদিন ধৰি চৰকাৰক দাবী জনাই অহাৰ পিছতো চৰকাৰে এই বিষয়ত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত অহা ৮ মাৰ্চত দিছপুৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

এই  প্ৰতিবাদীত কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গৃহৰক্ষী  জোৱানসকলক অংশগ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।

সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি প্ৰভাত দাসে সভাপতিত্ব কৰে মুকলি সভাখনত। আনহাতে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি অনন্ত দাসে আৰু কয় যে সম্প্ৰতি ৰাজ্যখনত থকা ২৬,৬৬২ গৰাকী গৃহৰক্ষী জোৱানৰ ভিতৰত অসমৰ বিভিন্ন জিলাৰ থানাসমূহত ১১,২০০ গৰাকী আৰু অন্যান্য চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ৬,৩৩২ গৰাকীয়ে কাম কৰি থকাৰ বিপৰীতে ৯,১৩০ গৰাকী জোৱানে ঘৰতে বহি দিন অতিবাহিত কৰিব লগা হৈছে।

জোৱানসকলে দিনে-নিশাই কাম কৰি থাকে যদিও মাত্ৰ ৭৫০০ টকাহে দৰমহা পায় ক্ষোভ উজাৰে।

আনহাতে স্থায়ী নিযুক্তিৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়্যলয়ে দিয়া ৰায়দানো আজিলৈকে  কাৰ্যকৰী কৰা নাই বুলি অভিযোগ উত্থাপন কৰি দাসে চৰকাৰক সকীয়াই দি কয় যে গৃহৰক্ষীসকলৰ জীৱনক লৈ হেতালি খেলা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।

সভাখনত লগতে গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ উপৰি গৃহৰক্ষী সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ সম্পাদক আব্দুল হাকিম, গৃহৰক্ষী সন্থাৰ ৰাজ্যিক মুখ্য পৃষ্ঠপোষক বাবুল হুছেইন, সম্পাদক কামাখ্যা দাস, কাৰ্যকৰী সভাপতি ছুদু আলী, ৰাজ্যিক উপ-সভাপতি দীনেশ দাস, নলবাৰী জিলা সমিতিৰ সভাপতি ৰেজ্জাক আলী, বৰপেটা জিলা সমিতিৰ সভাপতি অচ্যুত পাঠক, ধুবুৰী জিলা সমিতিৰ সভাপতি মিজানুৰ ৰহমান আৰু জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰছিদুল হুছেইনও ভাষণ আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd