• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

৮০ বছৰ বয়সত প্ৰবীণ নক্সালবাদী নেতা ভাস্কৰ নন্দীৰ দেহাৱসান

মহেশ ডেকা by মহেশ ডেকা
May 4, 2018 7:54 pm
Bhasakra-Nandy-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে প্ৰখ্যাত নক্সালবাদী নেতা আৰু চি পি আই (এম এল)ৰ প্ৰাদেশিক কেন্দ্ৰীয় কমিটীৰ (Provincial Central Committee) সাধাৰণ সম্পাদক ভাস্কৰ নন্দীৰ পশ্চিম বংগৰ  জলপাইগুড়ি জিলাৰ এখন চিকিসালয়ত  দেহাৱসান হৈছে। মৃত্যুৰ সময়ত নেতাগৰাকীৰ বয়স হৈছিল ৮০ বছৰ।

এটা বিবৃতিত  চি পি আই (এম এল)ৰ সহকাৰী সাধাৰণ সম্পাদক সুভাস দেবে কৈছে যে ৭০ৰ দশকত অসমৰ নক্সালবাদী আন্দোলনৰ গুৰি ধৰোঁতা নন্দী বিগত ডেৰ বছৰ ধৰি কৰ্কট ৰোগত ভুগি আছিল।

Apply Now

১৯৩৮ চনত জন্ম লাব কৰা ভস্কৰ নন্দীয়ে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ৰাসায়নিক আভিযান্ত্ৰিকৰ ডিগ্ৰী লাভ কৰি সমাজশাস্ত্ৰত স্নাতকোত্তৰ অধ্যয়নৰ বাবে আমেৰিকাৰ কলম্ব্বিয়া বিশ্ববিদ্যালয়লৈ গৈছিল।

নক্সালবাদী আন্দোলনত যোগ দিয়াৰ পূৰ্বে তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ত সমাজশাস্ত্ৰ বিষয়ৰ পাঠদানো কৰিছিল।নক্সালবাদী আন্দোলনৰ পিতৃপুৰুষ চাৰু মজুমদাৰক লগ পোৱীৰ পীছত তেওঁ নক্সালবাদী আন্দোলনত যোগ দিয়ে।

সাম্যবাদী নেতাগৰাকীয়ে নিজৰ সন্মানীয় পদ ত্যাগ কৰি আনকি আমেৰিকাত তকা পৰিয়ালবৰ্গকো ত্যাগ কৰি আন্দোলনটোৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰে।

দলৰ তেওং এগৰাকী সক্ৰিয় কৰ্মী হৈ পৰে আৰু আমেৰিকালৈ উভতি যোৱাৰ পৰিকল্পনা চিৰদিনৰ বাবে ত্যাগ কৰি ভাৰততে থাকি যায়। চাৰু মজুমদাৰৰ সহকাৰী হিচাপে তেওঁ অসমৰ নক্সালবাদী আন্দোলনৰ দায়িত্ব গ্ৰহণ কৰে।

চাৰু মজুমদাৰৰ হত্যা আৰু হাজাৰ হাজাৰ নক্সালবাদীক হত্যা কৰাৰ পাছত  চি পি আই (এম এল) ভাঙি যোৱাৰ পাছত  তেওঁ ইউনিটী কমিটী গঠন কৰি অসম আৰু বিহাৰ আৰু বংগৰ কিছু অংশত নক্সালবাদী আন্দোলনটো পুনৰ সংগঠিত কৰে।

প্ৰাদেশিক কেন্দ্ৰীয় কমিটীৰ প্ৰধান আদৰ্শ পুৰুষ নন্দীয়ে গণ আন্দোলন আৰু গণ সংগঠনৰ পোষকতা কৰাৰ লগতে সশস্ত্ৰ সংগ্ৰাম আৰু সংগঠনৰ সপক্ষে নক্সালবাদী আন্দোলনৰ যুক্তিৰ সূচনা কৰিছিল বুলি সুভস দেবে প্ৰকাশ কৰিছে।

এবাৰ নন্দীয়ে এই বুলি প্ৰকাশ কৰিছিল যে স্বাধীনতাৰ পাছত নক্সালবাদী আন্দোলনেই আছিল একমাত্ৰ সঠিক ৰাজনৈতিক আন্দোলন, যদিহে ই সফল হ’লহেতেন তেন্তে এই আন্দোলনটোৱে দেশৰ ইতিহাস আৰু অৰ্থনীতি পৰিৱৰ্তিত কৰিলেহেঁতেন।

সুভাষ দেবে কৈছে যে নন্দীয়ে যিদৰে অসমীয়াৰ উগ্ৰ জাতীয়তাবাদৰ (chauvinism) বিৰোধিতা কৰিছিল, বড়োসকলে অসমৰ সংখ্যালঘূ, জনজাতি আদিবাসীসকলৰ বিৰূদ্ধে হত্যালীলা চলালোৱাৰ বিৰোধিতা কৰিছিল, তেনেদৰে বাঙালী উগ্ৰ গাতীয়তাবাদৰ বিপক্ষেও সৰৱ হৈ পৰিছিল।

নন্দীৰ মৃত্যুউত চি পি আই (এম এল) দলৰ উপৰিও বিভিন্ন শ্ৰমিক সংগঠনে শোক প্ৰকাশ কৰে।

মহেশ ডেকা

মহেশ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

ৰাষ্ট্ৰসংঘৰ মঞ্চত ইজৰাইলৰ প্ৰতিনিধিৰ চৰম অহংকাৰ, মহিলা প্ৰতিনিধিক মুখ বন্ধ ৰাখিবলৈ ধমকি

June 20, 2026 6:56 pm
বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd