• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোড শ্ব’ত অংশ ল’বলৈ মুখ্য মন্ত্ৰী সোণোৱালে ভ্ৰমণ কৰিব ছিংগাপুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2018 8:49 am
sarbananda sonowal assam cm

সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল পোন প্ৰথমবাৰৰ বাবে যাত্ৰা কৰিব বিদেশলৈ। মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথম বিদেশ ভ্ৰমণ হিচাপে ৬ জানুৱাৰি তাৰিখে ছিংগাপুৰলৈ ৰাওনা হ’ব। ছিংগাপুৰত উপস্থিত হৈ মুখ্য মন্ত্ৰীজনে ৭ জানুৱাৰী তাৰিখে অংশ ল’ব গ্ল’বেল ইনভেষ্টৰ ছামিট ৰোড শ্ব’ত।

উল্লেখ্য যে মুখ্য মন্ত্ৰী সোণোৱালে আজি ৰাতিপুৱা ১১ বজাত কৃষি-উদ্যান শস্য প্ৰদৰ্শনী মেলাৰ চতুৰ্থ সংস্কৰণ  অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচী সমাপন কৰিয়েই মুখ্য মন্ত্ৰীয়ে পোনে পোনে দিল্লীলৈ ৰাওনা হ’ব আৰু দিল্লীৰ পৰাই ৬ জানুৱাৰি তাৰিখে ছিংগাপুৰলৈ যাব।

Apply Now

উল্লেখযোগ্য যে অসম চৰকাৰে অহা ফেব্ৰুৱাৰিৰ ৩ আৰু ৪ তাৰিখে দুদিনীয়াকৈ দেশী-বিদেশী বিনিয়োগকাৰীক লৈ এডভাণ্টেইজ আছাম শীৰ্ষক Assam Global Investors’ Summit অনুষ্ঠিত কৰিবলৈ ওলাইছে। উক্ত অনুষ্ঠানলৈ যিমান পাৰি অধিক বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে ৰাজ্যখনৰ মন্ত্ৰী-আমোলা ব্যস্ত আছে অসমক ব্যৱসায় তথা উদ্যোগ স্থাপনৰ সুবিধাজনক ক্ষেত্ৰ হিচাপে দাঙি ধৰাৰ চেষ্টাত। এই প্ৰচেষ্টাৰ অংশস্বৰূপেই ৰাজ্যখনৰ মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱাল  ছিংগাপুৰ ভ্ৰমণলৈ ৰাওনা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

একে নিশাতে তিনিটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল বেংগালুৰু চহৰ : দুজনী মহিলাসহ এজন অপৰাধী নিহত

June 29, 2026 5:40 pm
অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ প্ৰাণ হেৰুৱালে বকোৰ যুৱকে

June 29, 2026 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

অৰুণাচলৰ ভূখণ্ডত চীনা সেনাৰ স্থায়ী ঘাটি! ৬ বছৰ ধৰি সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশত বাধা জনজাতীয় লোকক

June 29, 2026 6:20 pm
১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

১২ হাজাৰ টকা দৰমহা পোৱা ব্যক্তিয়ে সজালে ২৫ লাখ টকাৰ ঘৰ : পোহৰলৈ আহিছে ৰাম মন্দিৰৰ চুৰিকাণ্ডৰ ন ন তথ্য

June 29, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd