DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্ধবিশ্বাস দূৰীকৰণৰ প্ৰচেষ্টাৰে মাজুলীত অসম বিজ্ঞান সমিতিৰ সজাগতা সভা

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 23, 2018 1:51 pm
ATTACHMENT
131
VIEWS
Share on FacebookShare on Twitter

একমাত্ৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত কিছু লোকে চলাই থকা অমানৱীয় তথা বৰ্বৰ কাণ্ড ৰোধ কৰাৰ  উদ্দেশ্যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ বিভিন্ন ঠাইত অসম বিজ্ঞান সমিতিয়ে যোৱা ১৮ জুনৰ পৰা অন্ধবিশ্বাস- কুসংস্কাৰৰ বিৰুদ্ধে এলানি সজাগতামূলক অভিযান চলাই আছে।

ইয়াৰে অংশ হিচাপে শুকুৰবাৰে মাজুলী মহাবিদ্যালয়ত এখন সজাগতা সভাৰ আয়োজন কৰে অসম বিজ্ঞান সমিতিয়ে। শতাধিক ছাত্র- ছাত্ৰী, অভিভাৱক আৰু শিক্ষক- শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াৰ সভাপতিত্বত সজাগতা সভাখন অনুষ্ঠিত হয়। সভাত ভাষণ প্ৰসংগত ড০ শইকীয়াই কয় যে বাহ্যিক স্বচ্ছতাৰ লগতে আমি অন্তৰৰ স্বচ্ছতাতো সমানে গুৰুত্ব দিব লাগে।

আনহাতে ছাত্ৰ- ছাত্ৰীসকলক সৰুৰে পৰা বিজ্ঞানমনস্কতাৰে আগবাঢ়িবলৈ আহ্বান জনাই তেওঁ কয় যে অন্ধবিশ্বাস আৰু কু-সংস্কাৰ ব্যক্তি আৰু সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত হেঙাৰস্বৰূপ। অনুষ্ঠান উপস্থিত সকলোৱে  শিক্ষাৰ্থীসকলক অন্ধবিশ্বাসৰ বিৰুদ্ধে সৰুৰে পৰাই যুঁজ দিবলৈ আহ্বান জনায়।

অসম বিজ্ঞান সমিতিৰ এনে প্ৰচেষ্টাৰ ফলত সত্ৰনগৰীৰ ৰাইজৰ মাজত অন্ধবিশ্বাসৰ বিৰুদ্ধে যথেষ্ঠ সজাগতাৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

Recent News

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd