DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্ধ্ৰপ্ৰদেশত সন্ধানহীন যোৰহাটৰ ১৭ বছৰীয়া কিশোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 10:05 am
অন্ধ্ৰপ্ৰদেশত সন্ধানহীন যোৰহাটৰ ১৭ বছৰীয়া কিশোৰ
74
VIEWS
Share on FacebookShare on Twitter

যোৱা কিছুদিন পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ চিট্টুৰ ৰেইলৱে ষ্টেচনৰ পৰা যোৰহাটৰ এজন কিশোৰ সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰিছে। জানিব পৰা মতে টীয়ক থানাৰ অন্তৰ্গত জাঁজি হাঁহচৰা গাঁৱৰ মানস জ্যোতি বৰুৱা নামৰ ১৭ বছৰীয়া কিশোৰ তেওঁৰ বন্ধুৰ সৈতে তামিলনডুৰ পৰা   অসম অভিমুখী এখন ৰেলেৰে আহি থাকোতে অন্ধ্ৰপ্ৰদেশৰ চিট্টুৰ ৰেইলৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ হয়। মানসৰ পৰিয়ালৰ লোকে এই কথা বামুণপুখুৰী আৰক্ষী চকীত অৱগত কৰে যদিও আৰক্ষীয়ে বৰ্তমান সময়লৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে।

মানসৰ মাতৃয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি তেওঁৰ পুত্ৰ মানস প্ৰায় ৬ মাহ পূৰ্বে কাম বিচাৰি অন্ধ্ৰপ্ৰদেশলৈ গৈছিল। তাত এটা ব্যক্তিগত খণ্ডৰ অধীনৰ কোম্পানীত কিছুদিন কাম কৰাৰ পিছত কোম্পানী কতৃপক্ষৰ লগত বাক-বিতণ্ডা লগাত কাম এৰি গুছি অহাৰ সিদ্ধান্ত লয়। লগতে তেওঁ জনাই যে তেওঁৰ পুত্ৰই ভুলবশতঃ  ঘৰলৈ অহাৰ সলনি তামিলনাডুত উপস্থিত হয়। তাৰ পৰা তেওঁ দুজন বন্ধুৰ সৈতে লগ হৈ এখন অসম অভিমুখী ট্ৰেইনেৰে ঘৰলৈ বুলি ৰাওনা হোৱাৰ পথতে অন্ধ্ৰপ্ৰদেশৰ চিট্টু ষ্টেচনৰ পৰা নিৰুদ্দেশ হয়।

আনহাতে মানসৰ সম্পৰ্কীয় বায়েক এগৰাকীয়ে জানিবলৈ দিয়া মতে চিট্টুৰ ৰেইলৱে ষ্টেচনৰ পৰা মানস ৰহস্যজনক ভাবে নিৰুদ্দেশ হৈছিল। তদুপৰি মানসৰ লগত একেলগে অহা দুই বন্ধুৱে ফোনেৰে মানসৰ পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰিছিল যদিও নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা ফোন কৰিলেও সহাৰি নিদিয়াৰ অভিযোগ তুলিছে মানসৰ পৰিয়ালৰ লোকে।

 

 

 

Recent News

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd