• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

অহা ২২ জুলাইত আগৰতলাত ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক

NE NOW NEWS পিনাকী দাস
আগৰতলা , July 11, 2018 1:23 pm

1 min read

BSF-BGB-logo-266x200
64
VIEWS
Share on FacebookShare on Twitter

অহা ২২ জুলাইত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ ছালবাগানস্থিত ফ্ৰণ্টিয়াৰ বিএছএফৰ মুখ্য কাৰ্যালয়ত ভাৰত আৰু বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ এখন চাৰিদিনীয়া বৈঠক অনুষ্ঠিত হ’ব। বিএছএফৰ এগৰাকী উচ্চ পদস্থ বিষয়াই এই কথা জানিবলৈ দিয়ে।

ইন্সপেক্টৰ জেনেৰেল পৰ্যায়ৰ উক্ত বৈঠকত বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ চৰাইল আৰু চট্টগ্ৰামৰ ৰিজ’নেল কমাণ্ডাৰ আৰু বিএছএফৰ ত্ৰিপুৰা, মেঘালয় আৰু কাছাৰ ফ্ৰণ্টিয়াৰ বিষয়াৰ উপস্থিতিত সীমান্ত সুৰক্ষা, ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত বিভিন্ন অপৰাধ তথা অনৈতিক কাৰ্যকলাপ আদি কেনেদৰে ৰোধ কৰিব পৰা যাব সেই বিষয়ে বিস্তৃত ৰূপত আলোচনা কৰা হ’ব বুলি ত্ৰিপুৰা ফ্ৰণ্টিয়াৰৰ বিএছএফ আইজি এল লোহিয়াই জনায়।

তেওঁ লগতে কয় যে ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰ সুৰক্ষা বাহিনীৰ সম্পূৰ্ণ সহযোগিতাত অবৈধ কাৰ্যকলাপৰ লগতে অপৰাধজনিত সমস্যা এই অঞ্চলটোত বহু পৰিমাণে হ্ৰাস পাইছে।

বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তৰ নিৰাপত্তা অধিক সু নিশ্চিত কৰাৰ উদ্দেশ্যে অলপতে চট্টগ্ৰাম হিল ট্ৰেক্টত পাঁচটা সুৰক্ষা চকী স্থাপন কৰিছে বুলিও আইজি এল লোহিয়াই উল্লেখ কৰে।

ইয়াৰ উপৰি সীমান্তত ফেন্সিঙৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰে পৰা উগ্ৰপন্থীৰ গতিবিধিৰ লগতে বিভিন্ন অপৰাধ কাৰ্যকলাপ লোপ পাইছে।

উল্লেখ্য যে ৮৫৬ কিলোমিটাৰ সংলগ্ন ভাৰত-বাংলা সীমান্তত ইতিমধ্যে এই পৰ্যন্ত প্ৰায় ৯০ শতাংশ ফেন্সিঙৰ কাম সম্পন্ন হৈছে।

Recent News

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

উত্তৰপ্ৰদেশ : বিবাহত অমান্তি হোৱাৰ বাবেই প্ৰেয়সীক হত্যা!

158325653_3651255315098972_1371538705393563669_o

বিশাল সমদলেৰে কাৰাৰুদ্ধ অখিল গগৈৰ মনোনয়ন দাখিল কৰে মাতৃ প্ৰিয়দা গগৈসহ ৰাইজৰ দলৰ নেতৃত্বই

শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়াক লৈ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ, দৰা কোন!

শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়াক লৈ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ, দৰা কোন!

Screenshot_20210308-165841~2

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ দুটা সমষ্টিত মনোনয়ন দাখিল; দুয়োটা সমষ্টিতে জয়ী হোৱাৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd