• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ জয়ৰামপুৰত দ্বিতীয় বিশ্ব যুদ্ধৰ স্মাৰক সংগ্ৰাহলয় উদ্বোধন

প্ৰনৱ কুমাৰ দাস by প্ৰনৱ কুমাৰ দাস
January 22, 2018 1:13 pm
97
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডূৱে দেওবাৰে চাংলাং জিলাৰ জয়ৰামপুৰত এটা দ্বিতীয় বিশ্ব যুদ্ধৰ স্মাৰক সংগ্ৰহালয় উদ্বোধন কৰে।

সংগ্ৰহালয়টোৰ উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ উপৰি অৰুণাচল প্ৰদেশৰ শিক্ষা মন্ত্ৰী হনচুন নাংদাম, বিজেপিৰ ৰাজ্যিক সভাপতি তাপিৰ গাও, সংসদীয় সচিব লাইচাম চিমাই, তেচাম পংটে, তাগে তাকী আৰু কানুবাৰীৰ বিধায়ক গেব্ৰিয়েল ৱাংচু উপস্থিত থাকে।

প্ৰাপ্ত তথ্য মতে গড়কাপ্টানী বিভাগৰ দ্বাৰা নিৰ্মিত আৰু কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰা সংগ্ৰহালয়টো নিৰ্মাণত  ২.২৫ কোটি টকা ব্যয় হৈছে।

দ্বিতীয় বিশ্ব যুদ্ধ স্মাৰক সংগ্ৰহালয়
দ্বিতীয় বিশ্ব যুদ্ধ স্মাৰক সংগ্ৰহালয়

উক্ত সংগ্ৰহালয়টোত স্থানীয় লোকসকলৰ পৰা সংগ্ৰহ কৰা দ্বিতীয় বিশ্ব যুদ্ধৰ ভগ্নাৱশেষৰ লগতে সৈনিক সকলৰ ব্যক্তিগত সামগ্ৰী আদি সংৰক্ষণ কৰি ৰখা হৈছে। তাৰোপৰি সংগ্ৰহালয়টোত স্থানীয় তাংচা সম্প্ৰদায়ৰ বিভিন্ন পৰম্পৰাগত সামগ্ৰী সংৰক্ষণ কৰি ৰকা হৈছে।

উল্লেখযোগ্য যে অসম ৰাইফলচে ১৯৯৭ চনত উদ্ধাৰ কৰা সমাধি ক্ষেত্ৰটোত যুদ্ধৰ লগতে ষ্টিলৱেল পথৰ নিৰ্মাণত নিহত হোৱা লোকৰ প্ৰায় ৮৩৩ টা সমাধি আছে বুলি সংগ্ৰহালয়টোৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

সমাধি ক্ষেত্ৰটোক সঠিক ৰূপত উন্নীত কৰিলে ই পৰ্যটকক আকৰ্ষিত কৰাৰ যথেষ্ট সম্ভাৱনা আছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে স্থানীয় নেতা আৰু বিষয়া সকলৰ লগত কৰা আলোচনাত উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব বুলি জানিবলৈ দিয়ে।

 

 

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd