• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ কুণ্ডিল নৈত বাগৰিল সেনাৰ গাড়ী : দুজন জোৱান নিহত আৰু এজন সন্ধানহীন

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , April 22, 2018 6:00 pm

1 min read

itbp

প্ৰতিনিধিত্বমূলক চিত্ৰ

147
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ নামনি দিবাং উপত্যকাৰ কুণ্ডিল নদীত আজি এখন সেনাৰ গাড়ী দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত কৰুণভাৱে দুজন জোৱানে মৃত্যুক আকোৱালি লোৱাৰ লগতে এতিয়াও নৈৰ বুকুত এজন জোৱান সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

সেনাৰ এক শুত্ৰই জনোৱা অনুসৰি তিনিচুকিয়া জিলাৰ শদিয়াৰ চাপাখোৱাস্থিত মাদ্ৰাছ ৰেজিমেণ্ট টেৰিটৰিয়েল আৰ্মীৰ এটা ১৮ জনীয়া দলে নিয়মীয়া অভিযানৰ বাবে যোৱা সময়তে প্ৰায় ২.৩০ মান বজাত ইদুলী আৰু কাবাং জিলাৰ মাজৰ উক্ত নদীখনত দুৰ্ঘটনাটো সংঘটিত হয়।

‘সতীৰ্থ সৈনিকৰ তৎপৰতাতে নদীখনৰ পৰা ১৫জন জোৱানক নিৰাপদে উদ্ধাৰ কৰা হয়। অৰুণাচল প্ৰদেশৰ ৰ’য়িং আৰক্ষীয়েও ঘটনাস্থলীত উপস্থিত হৈ এই উদ্ধাৰ অভিযান প্ৰক্ৰিয়াত আগ ভাগ লয়। দুৰ্ঘটনাটোত আঘাত হোৱা চাৰিজন জোৱানক চিকিৎসাৰ বাবে চাপাখোৱা ফাৰ্ষ্ট ৰেফাৰেল য়ুনিটলৈ প্ৰেৰণ কৰা হয়’ বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

আনহাতে সন্ধানহীন জোৱানজনৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলি ৰ’য়িঙৰ আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰ ছেইনে জনায়। দৈমুখৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ ১২ নম্বৰ বেটেলিয়নৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ জোৱানজনৰ সন্ধানত অভিযান চলোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে আমালৈ বাতৰি অহা পৰ্যন্ত মৃত জোৱান দুজন আৰু সন্ধানহীন জোৱানজনৰ পৰিচয় লাভ কৰিব পৰা নাই।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd