• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰ্ণৱ ফুকনক মুকলি কৰি দিয়াৰ বাবদ আলফা (স্বা)ৰ ২ কোটি টকা দাবী

NE NOW NEWS লক্ষ্মণ শৰ্মা
তিনিচুকীয়া , December 19, 2017 4:20 pm

1 min read

Guwahati grenade blast: ULFA-I C-in-c Paresh Barua contradicts police claim, says Pranmay-Jahnavi not involved

পৰেশ বৰুৱাৰ ফাইল ছবি।

214
VIEWS
Share on FacebookShare on Twitter
১৫ ডিচেম্বৰত আলফা (স্বা)ৰ দ্বাৰা অপহৃত অৰ্ণৱ ফুকনৰ অপহৰণ সম্পৰ্কত কিছু নতুন খবৰ আহি পৰিছে।  শেহতীয়া খবৰ অনুসৰি যুৱকজনক মুকলি কৰি দিয়াৰ বিনিময়ত অৰ্ণৱৰ পিতৃ দিলীপ ফুকনৰ পৰা আলফা (স্বা)য়ে ২ কোটি টকা দাবী কৰিছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দুৰ্ধৰ্ষ আলফা নেতা নয়ন জ্যোতি মেধিয়ে ফোন যোগে উক্ত ধন দাবী কৰে।  উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰ্ণৱ ফুকন (২৪) ক যোৱা ১৫ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত খামডু গাঁৱৰ পৰা অহা পাঁচজন সন্দেহযুক্ত আলফা (স্বা) কেডাৰে অপহৰণ কৰি নিছিল। ইয়াৰ দুদিন পিছৰে পৰা অসম-অৰুণাচল সীমান্তৰ সমগ্ৰ অঞ্চলটোত অসম পুলিচ, জয়ৰামপুৰৰ ১৩নং আসাম ৰাইফলচ আৰু অৰুণাচল পুলিচে ব্যৱসায়ী পুত্ৰজনক বিচাৰি উলিয়াবলৈ যুটীয়া অভিযান চলাই আহিছে যদিও অপহৰণ কাণ্ডত ব্যৱহৃত গাড়ীখনৰ বাহিৰে অৰ্ণৱ ফুকনৰ কোনো শুং-সূত্ৰ উদ্ধাৰ কৰিব পৰা নাই।
আনহাতে অৰ্ণৱ ফুকনৰ ঘৰত সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে সংবাদকৰ্মীক অৰ্ণৱৰ মাতৃয়ে দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd