DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি ৪০০ মিটাৰ শাখাত স্বৰ্ণ জয়ৰ লক্ষ্যৰে সৰুসজাইৰ ট্ৰেকত নামিব ‘ধিং এক্সপ্ৰেছ’ হিমা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2018 10:54 am
28-06-18 Guwahati- National Athletics women 400m Hima Das (3)

'ধিং এক্সপ্ৰেছ' হিমা দাস ফটো : য়ুবি

119
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত সঘনাই বাতৰিৰ শিৰোনাম দখল কৰা চিৰপৰিচিত নাম হৈ পৰিছে হিমা দাস। ‘ধিং এক্সপ্ৰেছ’ ৰূপে ইতিমধ্যে জনাজাত হৈ পৰা হিমাই এটাৰ পাছত আন এটা সফলতা অৰ্জন কৰাৰ পাছত আজি ৫৮ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছৰ মহিলাৰ ৪০০ মিটাৰ দৌৰৰ ফাইনেলত অৱতীৰ্ণ হ’ব।

উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্ৰতিযোগিতাখনত ইতিমধ্যে যোৱা বুধবাৰে ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰি অসমৰ হিমা দাসে স্বৰ্ণীল যাত্ৰা অব্যাহত ৰাখিছে।

বৃহস্পতিবাৰে পুৱা অনুষ্ঠিত ৪০০ মিটাৰৰ হিটছত ৫৩.৪৯ ছেকেণ্ডেৰে তেওঁ ফাইনেললৈ অগ্ৰসৰ হয়। আৰু সেইদৰে আজি বিয়লি ৬.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত হিমাই ৫ নম্বৰ লেনত স্বৰ্ণ জয়ৰ লগতে ৪০০ মিটাৰ শাখাটো এছিয়ান গেমইছত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব।

এছিয়ান গেইমছৰ বাবে যোগ্যতা নিৰ্ণায়ক সময় ধাৰ্য কৰা হৈছে ৫২.৪৭ মিনিট। ইফালে অসমৰ আন খেলুৱৈৰ ভিতৰত ১০০ মিটাৰ দৌৰত নিবেদিতা বৰ্মনে ১২.৫৭ ছেকেণ্ডেৰে হিটছত পঞ্চম স্থান আৰু মণিকাঞ্চন নাথে ১৩.২২ ছেকেণ্ডেৰে প্ৰতিযোগিতাৰ পৰা বিদায় লয়।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd