• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে ৬ সংগঠনে আহ্বান জনোৱা গোলাঘাট বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

প্ৰবীণ দাস by প্ৰবীণ দাস
December 20, 2017 6:38 pm
Activists stage protest with burning tyres during bandh called by different six organisations, in support of their demands in Golaghat on 20-12-17. Pix by UB Photos

Activists stage protest with burning tyres during bandh called by different six organisations, in support of their demands in Golaghat on 20-12-17. Pix by UB Photos

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটৰ বগীধলা চাহ বাগিচাৰ মালিক পক্ষই শ্ৰমিকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ ওলাই অহা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ ওপৰত যোৱা কালি গোলাঘাট আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত ৬ টাকৈ সংগঠনে জনোৱা বন্ধৰ প্ৰভাৱ আজি গোলাঘাট জিলাত সৰ্বাত্মক ৰূপত পৰা দেখা যায়। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত অহা আৰক্ষীৰ দলে মঙলবাৰে ছাত্ৰ মুক্তি সংগ্ৰমা সমিতিৰ সদস্যৰ ওপৰত কৰা আক্ৰমণৰ ফলত সংগঠনটোৰ চাৰি জনকৈ কৰ্মী গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’ব লগীয়া হৈছিল। আৰক্ষীৰ এই বৰ্বৰতাই সমগ্ৰ ৰাজ্যখনৰে সচেতন মহলক ক্ষোভিত কৰি তোলাৰ লগতে সামাজিক মাধ্যম আদিৰ জৰিয়তে বিভিন্নজনে আৰক্ষীৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়া দেখা গৈছে। গোলাঘাটৰ ৬ টা সংগঠন ক্ৰমে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ মুক্তি সংগ্ৰাম সমিতি, সংগ্ৰামী যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আহোম সেনা আৰু অসম সংখ্যা লঘু ছাত্ৰ সন্থাই আজি আৰক্ষীৰ গুণ্ডাগিৰিৰ প্ৰতিবাদত আহ্বান জনোৱা বন্ধৰ প্ৰতি জিলাখনৰ ৰাইজে স্বতস্ফুৰ্তভাৱে সঁহাৰি জনায়। বন্ধৰ সমৰ্থকসকলে নুমলীগড়, খুমটাই, পোৰাবাংলা, ৰঙাজান, তেতেলীতল, বেঙেনাখোৱা, গোলাঘাট টাউন আদি জিলাখনৰ বিভিন্ন স্থানত পুৱাৰ ভাগতে ৰাজপথলৈ ওলাই আহি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধৰ কালছোৱাত জিলাখনৰ শিক্ষাপ্ৰতিষ্ঠান, দোকান-পোহাৰ, বেংক আদিৰ লগতে সকলো ধৰণৰ যান-বাহনৰ চলাচলো বন্ধ থাকে। বন্ধৰ সময়ছোৱাত জিলা প্ৰশাসনে কটকটীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বৰ্তমানলৈকে কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ খবৰ পোৱা নাই।

Apply Now
প্ৰবীণ দাস

প্ৰবীণ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd