• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদলৈ ৰাজ্য চৰকাৰৰ ১৫০ কোটিৰ আৰ্থিক অনুদান

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 10, 2018 11:34 am
DSC_0169

সংবাদমেল সম্বোধন কৰি থকাৰ মুহুৰ্তত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুদিনীয়া ভ্ৰমণসূচী লৈ সোমবাৰে ডিমা হাচাওত উপস্থিত হোৱা অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনটোৰ সকলো কাৰ্যসূচীৰ অন্ত পৰাৰ পাছত নিশা ৯ মান বজাত এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত মন্ত্ৰী শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখিবলৈ পোৱা যায়। পাৰ্বত্য পৰিষদৰ ঘাইপথ নিৰ্মাণৰ বাবে ৫০ কোটি টকা ঘোষণা কৰাৰ উপৰি অন্যান্য উন্নয়নমূলক কাম-কাজৰ বাবে ১০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰে। তাৰোপৰি ৰাজ্যিক চৰকাৰৰ আৰ্থিক সাহায্যত হাফলং অসামৰিক চিকিৎসালয়ত অতি শীঘ্ৰে আইচিয়ু স্থাপনৰো প্ৰতিশ্ৰুতি দিয়ে।

Apply Now

আনহাতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কৰ্মচাৰীৰ বাকী থকা দহ মাহৰ দৰমহাৰ কাৰণে এককালীন আৰ্থিক সাহায্য ৰাজ্য চৰকাৰে দিম বুলি কোৱাৰ সমান্তৰালকৈ মাইবাঙত এখন ১০০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে চলিত বৰ্ষতে অনুষ্ঠিত হ’ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন। ডিমা হাচাও জিলাত অগপ-বিজেপিৰ মিত্ৰতা জিলা নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু লোকসভা বা বিধানসভাত মিত্ৰতা অটুট থাকিব বুলিও মন্ত্ৰী শৰ্মাই কয়। আনহাতে হাফলং,জাতিঙ্গা আৰু উমৰাঙচুত পৰ্যটকৰ কাৰনে  থকাৰ ব্যৱস্থা সম্বন্ধীয় সকলো কাম পাৰ্বত্য পৰিষদ আৰু এটিডিচিয়ে যুটীয়া ভাৱে কৰিব।

আনহাতে এন চি হিলছ্ অট’নোমাছ কাউন্সিলৰ মেম্বাৰ হোষ্টেল কোনোবা বনিক গোষ্ঠীক পূৰ্বৰ পৰিষদে মাহত দুই হেজাৰ টকাৰ বিনিময়ত লিজত দিয়া বিষয়ে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।

DSC_0024

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰাৰ পূৰ্বে সোমবাৰৰ দিনটোত হাফলঙত বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। ইয়াৰ ভিতৰত হাফলং অসামৰিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ অধীনত ডিষ্ট্ৰিক্ট ইন্টাৰভেনশ্যন চেন্টাৰ মুকুলি কৰাৰ লগতে হাফলং টাউন ফিল্ডত অৰ্গেনিক ফুড মাৰ্কেট কমপ্লেক্সৰ আধাৰশিলা স্থাপন কাৰ্যসূচীতো উপস্থিত থাকে।

আবেলি হাফলং আবৰ্ত ভবনত জিলাৰ বিভিন্ন জনগোষ্ঠীয় এপেক্স ব’ডিৰ সৈতে আলোচনা কৰাৰ লগতে ইণ্ডিজেনাছ পিপুলচ ফ’ৰাম ( আইপিএফ)ৰ লগতো মন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হয়।

উল্লেখ্য যে নিশা অনুষ্ঠিত হোৱা সংবাদমেলত মন্ত্ৰী হিমন্তবিশ্বৰ বাহিৰে পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙ, পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচা, বিধায়ক বীৰভদ্ৰ হাগজেৰ আৰু জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা উপস্থিত থাকে।

জানিব পৰা মতে মন্ত্ৰী শৰ্মাই দুদিনীয়া ডিমা হাচাও ভ্ৰমণ সামৰি আজি ৰাতিপুৱাই গুৱাহাটীলৈ উভটি আহে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd