• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকাৰ বিশ্ববিদ্যালয়ত শিক্ষা আৰম্ভ কৰা উত্তৰ- পূব ভাৰতৰ শিক্ষাৰ্থীৰ বাবে ‘ফাছ’ৰ স্বাগতম পেকেজ

বুলজিৎ বুঢ়াগোহাঁই by বুলজিৎ বুঢ়াগোহাঁই
June 1, 2018 1:38 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

496
VIEWS
Share on FacebookShare on Twitter

পূৰ্বৰ দৰে এইবাৰো আমেৰিকাত পঢ়ি থকা উত্তৰ- পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ফাছে (FASS) ʼ২০১৮ চনৰ স্বাগতম পেকেজʼ (Welcome Package) ঘোষণা কৰিছে। ফাছ (FASS) (Friends of Assam and Seven Sisters) সাত ভনী অসম মিত্ৰ মঞ্চ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান।

উল্লেখযোগ্য যে ফাছৰ মূখ্য কাৰ্যালয় আমেৰিকাত আছে আৰু শাখা কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ফাছৰ মূল উদ্দেশ্য হৈছে উত্তৰ- পূব ভাৰতৰ সৰ্বতোপ্ৰকাৰ উন্নতিৰ বাবে চিন্তা কৰা আৰু তাৰ বাবে কৰিবলগীয়া কাম কৰি যোৱা। জানিব পৰা মতে এইবাৰৰ স্বাগতম পেকেজ ১০০০ ডলাৰৰ হ’ব আৰু এজন নিৰ্বাচিত উপযুক্ত শিক্ষাৰ্থীক দিয়া হ’ব।

সেয়েহে উপযুক্ত প্রাৰ্থীসকলে ২০১৭ চনত আমেৰিকাৰ যিকোনো বিশ্ববিদ্যালয়ত যিকোনো বিষয়ত পূৰ্ণকালীন হিচাপে পঢ়ি থকা ছাত্ৰ বা ছাত্ৰী হ’ব লাগিব। তেওঁলোক উত্তৰ- পূব ভাৰতৰ যিকোনো আঠখন ৰাজ্যৰ এখনৰ হ’ব লাগিব। তেওঁলোকৰ পিতৃ-মাতৃ ভাৰতৰ বাহিৰত কাম কৰি থকা হ’ব নালাগিব। উপযুক্ত প্রাৰ্থীয়ে বায়’ডাটাসহ নিৰ্দিষ্ট প্ৰপত্ৰত আমেৰিকাৰ ফাছৰ (FASS) কাৰ্যালয়লৈ আবেদন কৰিব পাৰে ।

ছাত্ৰ-ছাত্ৰীসকলে লগতে “আমেৰিকাত শিক্ষাৰ বাবে উত্তৰ- পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কেনেকৈ বঢ়াব পাৰি” এই সম্বন্ধে বৰ্তমান চলি থকা সমস্যাবোৰ বিশ্লেষণ কৰি এখন ৰচনা লিখিব লাগে। আন সকলো নিয়মাৱলীৰ বাবে শিক্ষাৰ্থীসকলে ই-মেইলত যোগাযোগ কৰিব পাৰে। ই-মেইল ঠিকনা হ’ল –[email protected] আৰু [email protected] । ফাছ (FASS)ৰ এই স্বাগতম পেকেজটোৰ উদ্দেশ্য মূলত: আমেৰিকাত শিক্ষা আৰম্ভ কৰা উপযুক্ত ছাত্ৰ- ছাত্ৰীক শিক্ষা আহৰণত থিতাপি লাগিবৰ বাবে কিছু সাহাৰ্য আগবঢ়োৱা।

আগ্ৰহীসকলে তলত দিয়া ব্যক্তিসকলৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰিব পাৰিব। Jayanta P Sharma General Secretary, FASS International Ph: 404-510-6626 (Jayanta Sharma, [email protected]) Rajen Barua, President, FASS International Ph: 713-677-9162 (Rajen Barua, [email protected]) Katy, TX 77450

 

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd