• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ বিশ্ববিদ্যালয়ত শিক্ষা আৰম্ভ কৰা উত্তৰ- পূব ভাৰতৰ শিক্ষাৰ্থীৰ বাবে ‘ফাছ’ৰ স্বাগতম পেকেজ

বুলজিৎ বুঢ়াগোহাঁই by বুলজিৎ বুঢ়াগোহাঁই
June 1, 2018 1:38 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ দৰে এইবাৰো আমেৰিকাত পঢ়ি থকা উত্তৰ- পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ফাছে (FASS) ʼ২০১৮ চনৰ স্বাগতম পেকেজʼ (Welcome Package) ঘোষণা কৰিছে। ফাছ (FASS) (Friends of Assam and Seven Sisters) সাত ভনী অসম মিত্ৰ মঞ্চ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান।

উল্লেখযোগ্য যে ফাছৰ মূখ্য কাৰ্যালয় আমেৰিকাত আছে আৰু শাখা কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ফাছৰ মূল উদ্দেশ্য হৈছে উত্তৰ- পূব ভাৰতৰ সৰ্বতোপ্ৰকাৰ উন্নতিৰ বাবে চিন্তা কৰা আৰু তাৰ বাবে কৰিবলগীয়া কাম কৰি যোৱা। জানিব পৰা মতে এইবাৰৰ স্বাগতম পেকেজ ১০০০ ডলাৰৰ হ’ব আৰু এজন নিৰ্বাচিত উপযুক্ত শিক্ষাৰ্থীক দিয়া হ’ব।

Apply Now

সেয়েহে উপযুক্ত প্রাৰ্থীসকলে ২০১৭ চনত আমেৰিকাৰ যিকোনো বিশ্ববিদ্যালয়ত যিকোনো বিষয়ত পূৰ্ণকালীন হিচাপে পঢ়ি থকা ছাত্ৰ বা ছাত্ৰী হ’ব লাগিব। তেওঁলোক উত্তৰ- পূব ভাৰতৰ যিকোনো আঠখন ৰাজ্যৰ এখনৰ হ’ব লাগিব। তেওঁলোকৰ পিতৃ-মাতৃ ভাৰতৰ বাহিৰত কাম কৰি থকা হ’ব নালাগিব। উপযুক্ত প্রাৰ্থীয়ে বায়’ডাটাসহ নিৰ্দিষ্ট প্ৰপত্ৰত আমেৰিকাৰ ফাছৰ (FASS) কাৰ্যালয়লৈ আবেদন কৰিব পাৰে ।

ছাত্ৰ-ছাত্ৰীসকলে লগতে “আমেৰিকাত শিক্ষাৰ বাবে উত্তৰ- পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কেনেকৈ বঢ়াব পাৰি” এই সম্বন্ধে বৰ্তমান চলি থকা সমস্যাবোৰ বিশ্লেষণ কৰি এখন ৰচনা লিখিব লাগে। আন সকলো নিয়মাৱলীৰ বাবে শিক্ষাৰ্থীসকলে ই-মেইলত যোগাযোগ কৰিব পাৰে। ই-মেইল ঠিকনা হ’ল –[email protected] আৰু [email protected] । ফাছ (FASS)ৰ এই স্বাগতম পেকেজটোৰ উদ্দেশ্য মূলত: আমেৰিকাত শিক্ষা আৰম্ভ কৰা উপযুক্ত ছাত্ৰ- ছাত্ৰীক শিক্ষা আহৰণত থিতাপি লাগিবৰ বাবে কিছু সাহাৰ্য আগবঢ়োৱা।

আগ্ৰহীসকলে তলত দিয়া ব্যক্তিসকলৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰিব পাৰিব। Jayanta P Sharma General Secretary, FASS International Ph: 404-510-6626 (Jayanta Sharma, [email protected]) Rajen Barua, President, FASS International Ph: 713-677-9162 (Rajen Barua, [email protected]) Katy, TX 77450

 

বুলজিৎ বুঢ়াগোহাঁই

বুলজিৎ বুঢ়াগোহাঁই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd