• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এই বছৰ মণিপুৰৰ লকটক হ্ৰদলৈ অহা পৰিভ্ৰমী চ’ৰাইৰ সংখ্যা হ্ৰাস পাইছে

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , December 26, 2017 9:21 am

2 min read

এই বছৰ মণিপুৰৰ লকটক হ্ৰদলৈ অহা পৰিভ্ৰমী চ’ৰাইৰ সংখ্যা হ্ৰাস পাইছে

লকটক হ্রদত পৰিভ্ৰমী চ'ৰাইৰ জাক

157
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ বিখ্যাত লকটক হ্ৰদলৈ এই বছৰ তুলনামূলকভাৱে পৰিভ্ৰমী চ’ৰাইৰ সংখ্যা হ্ৰাস পাইছে। সাধাৰণতে এই পৰিভ্ৰমী চ’ৰাইবোৰ প্ৰতিবছৰে অ’ক্টোবৰ মাহত ইয়ালৈ আহে আৰু মাৰ্চৰ প্ৰথম ভাগলৈ থাকে। তদুপৰি, ডিচেম্বৰ আৰু জানুৱাৰী হৈছে পৰিভ্ৰমী চ’ৰাইবোৰ অহাৰ প্ৰকৃত সময়।

এই পৰিভ্ৰমী চ’ৰাইবোৰ প্ৰধানকৈ হাঁহজাতীয় পৰিয়ালৰ হয়। সেইবোৰ তিব্বত, চীন, ছাইবেৰিয়া আৰু ইউৰোপৰ পৰা উপযুক্ত পৰিৱেশ বিচাৰি এই অঞ্চললৈ আহে।

প্ৰায় ৬০ টা প্ৰজাতিৰ চ’ৰাইৰ তথ্য এতিয়ালৈকে লিপিবদ্ধ কৰা হৈছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ সাধাৰণ প্ৰজাতি কেইটা হৈছে হুইষ্টলিং টীল, মাণ্ডাৰিন ডাক্চ, শ্বেলডাক্, আইবিছ আৰু গ্ৰে লেগ গীছ।

সংৰক্ষণবিদসকলে লক্ষ্য কৰিছে যে অঞ্চলটোত মানুহৰ বসতি আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ বাবে পৰিভ্ৰমী চ’ৰাইৰ সংখ্য্যা যোৱা কেইবছৰমানৰ পৰা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে।

নিশা লকটক হ্ৰদত মাছমৰীয়াবিলাকে এল ই ডি লাইট ব্যৱহাৰ কৰি মাছ মৰাটোও এই পৰিভ্ৰমী চ’ৰাইবোৰ অহা হ্ৰাস পোৱাৰ এটা মুখ্য কাৰণ।

এই বছৰ তিনিটাকৈ বানপানী আৰু ইথাই ভেটা ভগাৰ ফলত লকটকৰ পানীৰ স্তৰ বৃদ্ধ পোৱাটোও পৰিভ্ৰমী চ’ৰাই সংখ্যা হ্ৰাস পোৱাৰ আন এক কাৰণ বুলি ধৰিব পাৰি।

বিশষজ্ঞসকলৰ মতে এই চ’ৰাইবোৰে তৰাং পানী ভাল পায় আৰু এইবছৰ পানী কমি নোযোৱাৰ বাবে বহু সংখ্যক চ’ৰাই লকটকলৈ নাহিল। এই চ’ৰাইবোৰৰ বাবে প্ৰয়োজনীয় খাদ্য ইথাই ভেটাই ইৰাৱাদী নদীৰ উৎসৰ পৰা অহাটো বন্ধ কৰি ৰখাৰ বাবেও ইয়াৰ সংখ্যা হ্ৰাস পাইছে কিয়নো যিকোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে।

পৰিভ্ৰমী চ’ৰাইৰ চক্ৰটো মানুহৰ কাৰণে আৰু জটিল প্ৰাকৃতিক ব্যৱস্থাটোৰ কাৰণেও গুৰুত্বপূৰ্ণ। সিঁহত অহাটো বন্ধ কৰিলে পৰিৱেশ ব্যৱস্থাটোত এটা ডাঙৰ পৰিৱৰ্তন ঘটিব পাৰে।

মণিপুৰৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগেও হ্ৰদটো সামূহিকভাৱে সংৰক্ষিত ৰূপত সংৰক্ষিত অঞ্চল হিচাপে সলনি কৰিব বিচাৰি আছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd