• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এই বছৰ মেট্ৰিকত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠদানেৰে পুনৰ পৰীক্ষাৰ বাবে সাজু হোৱাত সহায় কৰিলে নলবাৰীৰ চেংনৈ  The Unity গ্ৰুপে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2018 8:33 pm
37161085_692355611124243_1209863068620685312_n
138
VIEWS
Share on FacebookShare on Twitter

নলবাৰীৰ কেইজন মান শিক্ষিত যুৱক-যুৱতীৰ প্ৰচেষ্টাত গঠিত চেংনৈ The Unity গ্ৰুপে দাঙি ধৰিলে সমাজ গঢ়াৰ এক সুন্দৰ নিদৰ্শন। ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ যোগোৱা তথা অহা বছৰৰ পৰীক্ষাত বহি যাতে ভালদৰে উত্তীৰ্ণ হ’ব পাৰে তাৰ বাবে এই গ্ৰুপটোৱে উক্ত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠদান কাৰ্যসূচী গ্ৰহণ কৰিছিল।

নলবাৰীৰ ধমধমাস্থিত খগেন মহন্ত জুনিয়ৰ কলেজত যোৱা এমাহ ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থী সকলক বিনামূলীয়াকৈ পাঠদান কৰি আছিল। আৰু আজি এই এমাহ যোৰা কাৰ্যসূচীৰ সামৰণি পৰে।

সামৰণি অনুষ্ঠানৰ শেষৰ কেইটিমান মুহূৰ্তত সমল ব্যক্তি হিচাপে অসম চৰকাৰৰ সমাজ কল্যাণ আৰু ভূমি সংৰক্ষন বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম উপস্থিত থাকি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ জনোৱাৰ লগতে পৰীক্ষাত কেনেদৰে সফল হ’ব পাৰি এই সন্দৰ্ভত বক্তব্য ৰাখে।

ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে  চেংনৈ The Unity গ্ৰুপৰ এই প্ৰচেষ্টাক আদৰণি জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচী ল’বলৈ আহ্বান জনায়।

ইফালে আজিৰ এই সামৰণি অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা, বিশিষ্ট সাহিত্যিক অৰুন দাস, দাস, ধমধমা আঞ্চলিক কলেজৰ অধ্যক্ষ গৌতম চন্দ্র দাসকে ধৰি ভালে সংখ্যক বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা গণ্য মান্য লোক উপস্থিত থাকি চেংনৈ The Unity গ্ৰুপৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে এনে কাৰ্যই সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd