• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিক লৈ বিতৰ্কিত মন্তব্য : আৰএছএছৰ নেতা শংকৰ দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবী কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 3, 2018 1:37 pm
Untitled
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ খিলঞ্জীয়া জনগনৰ একমাত্ৰ ৰক্ষাকৱচ হিচাপে বিবেচিত এনআৰচি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা আৰএছএছৰ নেতা শংকৰ দাসৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক সৰ্বানন্দ সোণোৱালক ব্যৱস্থা গহণৰ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছে কয়— ‘১ এপ্ৰিলৰ দিনা আৰএছএছৰ নেতা শংকৰ দাসে এনআৰচি প্ৰক্ৰিয়া সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰিছে কংগ্ৰেছে। এই বক্তব্যৰ আঁৰত চৰকাৰী পক্ষৰ গভীৰ ষড়যন্ত্ৰ থকাৰ সন্দেহ আছে’।

Apply Now

আনহাতে আৰএছএছ নেতাজনে বিতৰ্কিত মন্তব্য কৰি উচ্চতম ন্যায়ালয়কো অৱমাননা কৰা বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিটোৰ জৰিয়তে কংগ্ৰেছে কয়— ‘কংগ্ৰেছৰ দিনতে আৰম্ভ হোৱা আৰু বৰ্তমানো দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত সুচাৰু ৰূপে এনআৰচি উন্নীতকৰণৰ কাম আগবাঢ়িছে। তদুপৰি এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে এনআৰচিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীসকলে অতি নিষ্ঠাৰে উন্নীতকৰণৰ কামত নিয়োজিত হৈ আছে। তেনে সময়তে শংকৰ দাসৰ মন্তব্য সন্দেহৰ ঊৰ্ধ্বত নহয়’।

তাৎপৰ্য্যপূৰ্ণভাবে বিজেপি আৰু আৰএছএছে এনআৰচি সঠিকভাৱে বিদেশীমুক্ত উন্নীতকৰণ হোৱাটো নিবিচাৰে বুলিও প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে। বিজেপি আৰু আৰএছএছে ৰাজনৈতিক অভিষ্ট সাধনৰ বাবে অবৈধ বাংলাদেশীৰ ইচ্ছ্যুটো বাহাল ৰাখিব বিচাৰে বুলি অভিযোগ কৰে কংগ্ৰেছে।

তদুপৰি বিৰোধী দলটোৱে এনআৰচি উন্নীতকৰণত যদি কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে তথা নথি-পত্ৰৰ জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰাসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ বাবেও চৰকাৰ-প্ৰশাসনক দাবী জনায়।

আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

লক্ষণীয় যে যোৱা ১ এপ্ৰিলৰ দিনা প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৭৫.৮০ টকা আৰু ডিজেলৰ মূল্য ৬৭.৪০ টকা হয়।

জনসাধাৰণক আকাশলংঘী মূল্যবৃদ্ধি জাপি দিয়াটোৱে বিজেপি চৰকাৰৰ ‘অচ্ছে দিন’ৰ নমুনা নেকি বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰশ্ন কৰাৰ লগতে পেট্ৰ’ল ডিজেলৰ ওপৰত আৰোপিত আবকাৰী শুল্ক আৰু অন্যান্য কৰ হ্ৰাস কৰি মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী জনায়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd