DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘এন আৰ চিত এফালৰ পৰা সোমাইছে বাংলাদেশী মুছলমানৰ নাম’ : বিধায়ক শিলাদিত্য দেব

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2018 1:33 pm
Siladitya-

শিলাদিত্য দেবৰ ফাইল ফটো

90
VIEWS
Share on FacebookShare on Twitter

সংবাদ মাধ্যমৰ সন্মুখত সঘনাই বিতৰ্কিত মন্তব্য প্ৰদান কৰি থকা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবে আজি পুনৰ সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰিত মন্তব্য কৰা পৰিলক্ষিত হ’ল। বিধানসভা চৌহদতে সংবাদ মাধ্যমৰ আগত আজি বিধায়কগৰাকীয়ে এন আৰ চি আৰু বাংলাদেশী সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰে।

বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা ঘটনাৰ উদ্বেগ প্ৰকাশ কৰি বিজেপিৰ বিধায়ক শিলাদিত্যই কয়- ‘এন আৰ চিত এফালৰ পৰা সোমাইছে বাংলাদেশী মুছলমানৰ নাম। অসমৰ এন আৰ চিত বিদেশী মুছলমান লোকৰ নাম অন্তৰ্ভুক্তি কৰাৰ বাবে ষড়যন্ত্ৰ চলাই আছে দুই বহিঃৰাষ্ট্ৰ পাকিস্তান আৰু বাংলাদেশে’।

ইয়াৰ উপৰি তেওঁ কয় যে যদিহে এন আৰ চিৰ কাম কাজ এনেদৰে চলি থাকে তেন্তে অসমে নিজে নিজৰ ভৰিত কুঠাৰ মৰাৰ দৰেই হ’ব। তাৰোপৰি অসমলৈ ভিছা লৈ অহা বাংলাদেশী কোনো দিনে নিজৰ ঠাইলৈ উভটি নাযায় বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে বিধায়ক শিলাদিত্যই।

এই সন্দৰ্ভত বিধায়কগৰাকীয়ে নতুন দিল্লীলৈ গৈ বিষয়টো সম্পৰ্কে অভিযোগ দাখিল কৰিব বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

Recent News

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd