DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ ২২ লাখ পৃষ্ঠাৰ চূড়ান্ত খচৰাৰ ছপা কাম আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2018 8:15 am
এন আৰ চি
191
VIEWS
Share on FacebookShare on Twitter

অহা ৩০ জুলাইত প্ৰকাশ হ’বলগীয়া চূড়ান্ত খচৰাৰ ছপা কাম এন আৰ চি কৰ্তৃপক্ষই সোমবাৰৰ পৰা আৰম্ভ কৰিছে। ছপা কৰা চূড়ান্ত খচৰাৰ পৃষ্ঠা সংখ্যা হ’ব ২২ লাখ। আনহাতে, এন আৰ চি কৰ্তৃপক্ষই চূড়ান্ত খচৰাৰ মাত্ৰ ৩টা কপিহে ছপা কৰি উলিয়াব। এই ২২ লাখকৈ পৃষ্ঠাৰ চূড়ান্ত খচৰাৰ ৩টা কপিৰ বাবে মুঠ ৬৬ লাখ পৃষ্ঠা ছপা কৰি ২৯ জুলাইত সম্পূৰ্ণ কৰা হ’ব।

জানিব পৰা মতে ২০১৭ৰ ৩১ ডিচেম্বৰত প্ৰকাশিত আংশিক খচৰাত ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত ১.৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল যদিও ইয়াৰে ১.৫ লাখ লোকৰ নাম চূড়ান্ত খচৰাত নাথাকিব। প্ৰথমতে নাম অন্তৰ্ভুক্ত কৰি পাছত কৰ্তন কৰা এই কাৰ্যত বহুতেই অসন্তুষ্টি প্ৰকাশ কৰিছে।

অসম চুক্তিৰ ভিত্তিবৰ্ষ আৰু সময়সীমা অনুসৰি প্ৰকৃত ভাৰতীয়ৰ নামেৰে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হোৱাটো বিচাৰিও কিছুমান সংগঠনে এন আৰ চিৰ কামত নিয়োজিত একাংশ কৰ্মচাৰীৰ কামকাজত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই (আমছু) এন আৰ চিৰ একাংশ বিষয়া, কৰ্মচাৰীয়ে মইমতালিৰে নাম কৰ্তন কৰাৰ মুকলি অভিযোগ উত্থাপন কৰিছে।

আমছুৱে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত কৰা এখন সংবাদমেলত সভাপতি আজিজুৰ ৰহমানে ৩০ জুলাইৰ পাছত শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। চূড়ান্ত খচৰা প্ৰকাশৰ পাছত যাতে শান্তি-সম্প্ৰীতি অটুট থাকে তাৰ বাবে ২৮ জুলাইত নাগৰিক সভা অনুষ্ঠিত কৰিব বুলিও সংখ্যালঘু ছাত্ৰ নেতাজনে ঘোষণা কৰিছে।

আনহাতে, আমছুৰ নেতাজনে সীমান্ত শাখাৰ আৰক্ষী, এন আৰ চিৰ কামত জড়িত একাংশ বিষয়া-কৰ্মচাৰী আৰু ৰাজ্যিক সমন্বয়কৰ ওপৰত থকা ক্ষোভ আৰু অসন্তুষ্টিৰ কথাও ব্যক্ত কৰিছে। সীমান্ত শাখাৰ আৰক্ষীক  নাকী লগাবলৈ মুখ্যমন্ত্ৰীক দাবী জনাই সংখ্যালঘু ছাত্ৰ নেতাজনে কয় যে সীমান্ত শাখাৰ আৰক্ষীয়ে জধে-মধে ‘ডি’ ভোটাৰ আৰু বিদেশীৰ জাননী দি হাৰাশাস্তি কৰি আহিছে।

Recent News

women in Afghanistan

“দুষ্ট নাৰী”ক ঘৰৰ ভিতৰত আৱদ্ধ কৰিছে তালিবানে: জনালে তালিবানৰ শীৰ্ষ নেতা চিৰাজুদ্দিন হাক্কানিয়ে

Qutb Minar

এইবাৰ লক্ষ্য কুতুব মিনাৰ! ৰাজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব মিনাৰ!

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

জিএছটিৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে: উচ্চতম ন্যায়ালয়

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd