• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চি : সমন্বয়কক সাক্ষাৎ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, অসম সামাজিক ন্যায় মঞ্চৰ

ইয়াচিন আলী by ইয়াচিন আলী
April 27, 2018 6:27 pm
nrc assam
115
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত অসমত চলি থকা এন আৰ চি উন্নীতকৰণত একাংশ বিষয়া-কৰ্মচাৰীয়ে নিজৰ খেয়াল-খুচি মতে নথি পুনৰীক্ষণ কৰি ৰাইজৰ অসুবিধা কৰা বুলি অৱগত কৰি আৰু এইক্ষেত্ৰত এন আৰ চি ( NRC )ৰ সমন্বয়কৰ হস্তক্ষেপ বিচাৰি আজি ২৭ এপ্ৰিলত প্ৰতীক হাজেলাক লগ কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু অসম সামাজিক ন্যায় মঞ্চৰ এটা যুটীয়া দলে।

পুনৰীক্ষণ কেন্দ্ৰসমূহ কাম-কাজ সূচাৰুৰূপে চলিছেনে নাই সেই বিষয়ে দৃষ্টি ৰাখিবলৈ এন আৰ চি কৰ্তৃপক্ষই নিয়োগ কৰা ১৫ জনীয়া জ্যেষ্ঠ আই এছ বিষয়াসকলক জিলাসমূহ পৰিভ্ৰমণৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰিবলৈও সংগঠনকেইটাই সমন্বয়কক দাবী জনায়।

আবেদনকাৰীক নথি পুনৰীক্ষণৰ মাত্ৰ কেইঘন্টামান আগতে জাননী দিয়া আৰু কিছুমানক জাননী নিদিয়াকৈ জাননী দিয়া বুলি একাংশ বিষয়াই দুৰ্ব্যৱহাৰ কৰাৰ দৰে ঘটনাও তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে বুলি সংগঠনকেইটাই হাজেলাক জানিবলৈ দিয়ে।

তাৰোপৰি বিবাহিতা মহিলা আবেদনকাৰীসকলক বংশবৃক্ষ পৰীক্ষণৰ নামত মানসিক অত্যাচাৰ চলোৱা বুলিও সংগঠনকেইটাই অভিযোগ তুলিছে।

স্মাৰক পত্ৰত উত্থাপন কৰা মুঠ ৯টা দাবী সমাধান কৰা বাবে সমন্বয়কগৰাকীয়ে আশ্বাস দিছে বুলি জনাইছে সংগঠনকেইটাই৷

প্ৰতিনিধি দলটোত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা উপদেষ্টা তথা অসম সামাজিক ন্যায় মঞ্চৰ সভাপতি আব্দুচ ছামাদ আহমেদ,  পৰিষদৰ সভাপতি আব্দুল আজিজ,  সাধাৰণ সম্পাদকদ্বয় মহম্মদ আলী খলিফা আৰু মোৱাজ্জেম হুছেইন,  সম্পাদক আবু বক্কৰ ছিদ্দিক আৰু সাংগঠনিক সম্পাদক আবু বক্কৰ ছিদ্দিকৰ লগতে সামাজিক ন্যায় মঞ্চৰ সাধাৰণ সম্পাদক লিয়াকৎ আলী খান আৰু সম্পাদক ৰিয়াজ উদ্দিন আহমেদ আছিল বুলি জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইনে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd