DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এপিজিচিএলৰ লগত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিলে স্বায়ত্ত শাসিত পৰিষদে

পঙ্কজকুমাৰ দেব by পঙ্কজকুমাৰ দেব
January 9, 2018 8:24 pm
137
VIEWS
Share on FacebookShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ লগত উমৰাঙচুত গঢ়ি উঠা ১২০ মেগাৱাটৰ ল’ৱাৰ কপিলী হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্টকলৈ সোমবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ হৈ নৰ্মাল বিভাগৰ প্ৰধান সচিব মুকুট কেম্প্ৰাই আৰু এপিজিচিএলৰ মুখ্য মহাপ্ৰৱন্ধক অন্তৰা বৰুৱাৰ মাজত চুক্তিখন স্বাক্ষৰিত হয়।

পাৰ্বত্য পৰিষদৰ চিইএম কনফাৰেন্স হলত চিইএম দেব’লাল গাৰ্লোচা আৰু পৰিষদৰ আন কেইবা গৰাকী ইএমৰ উপস্থিতিত চুক্তিত স্বাক্ষৰ কৰা হয়। চুক্তি অনুসৰি পৰিষদে এপিজিচিএলক ৬৮০০ বিঘা ভূমি আবন্টন দিব। ভূমিৰ ভাৰা হিচাপে বছৰি ৫০ হেজাৰ টকা দিয়া হব। আনহাতে মুঠ বিদ্যুত উৎপাদনৰ ৫ শতাংশ ধন পৰিষদক ৰাজহ হিচাপে তুলি দিয়া হব।

উল্লেখ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত অপৰ্যাপ্ত ৰাজহৰ কাৰণে দৰমহা প্ৰদানত সমস্যাৰ সৃষ্টি হৈ আহিছে। যোৱা এঘাৰ মাহ ধৰি দৰমহাহীনভাৱে কাম কৰি আছে পৰিষদৰ নৰ্মাল বিভাগৰ প্ৰায় দুই সহস্ৰাধিক কৰ্মচাৰী। কাৰণ দৰমহাৰ কাৰণে পৰিষদৰ বছৰত প্ৰয়োজন প্ৰায় আশী কোটি টকা। কিন্তু পৰিষদৰ বৰ্তমান ৰাজহ সংগ্ৰহ হয় বিশৰ পৰা বাইশ কোটি টকা। এনে পৰিস্থিতিত  এপিজিচিএলৰ লগত এই চুক্তিৰ জৰিয়তে পৰিষদৰ ৰাজহ বৃদ্ধি হোৱাটো নিশ্চিত হৈছে।

সোমবাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত চিইএমৰ বাহিৰে পৰিষদৰ অধ্যক্ষা ৰাণু লাংঠাচাৰ বাহিৰে ইএম কুলেন্দ্ৰ দাউলাগুপু, সুব্ৰত থাউচেন আৰু এপিজিচিএলৰ পক্ষৰ পৰা থাকে পৰিচালন সঞ্চালক কল্যাণী বৰুৱা, অএছডি আৰ দাস আদিয়ে প্ৰধান। উল্লেখনীয় যে সত্তৰৰ দশকত উমৰাঙচুত প্ৰথমটো জল বিদ্যুৎ প্ৰকল্প স্থাপন কৰা হ’লেও তেতিয়াৰ ৰাজনৈতিক নেতা সকলৰ অদূৰদৰ্শিতাৰ কাৰণে স্বায়ত্ত শাসিত পৰিষদে এটকাও ৰাজহ হিচাপে পোৱা নাই। অসম আৰু মেঘালয় চৰকাৰে এই ৰাজহখিনি লাভ কৰি আহিছে।

 

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd