• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপিজিচিএলৰ লগত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিলে স্বায়ত্ত শাসিত পৰিষদে

পঙ্কজকুমাৰ দেব by পঙ্কজকুমাৰ দেব
January 9, 2018 8:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ লগত উমৰাঙচুত গঢ়ি উঠা ১২০ মেগাৱাটৰ ল’ৱাৰ কপিলী হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্টকলৈ সোমবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ হৈ নৰ্মাল বিভাগৰ প্ৰধান সচিব মুকুট কেম্প্ৰাই আৰু এপিজিচিএলৰ মুখ্য মহাপ্ৰৱন্ধক অন্তৰা বৰুৱাৰ মাজত চুক্তিখন স্বাক্ষৰিত হয়।

পাৰ্বত্য পৰিষদৰ চিইএম কনফাৰেন্স হলত চিইএম দেব’লাল গাৰ্লোচা আৰু পৰিষদৰ আন কেইবা গৰাকী ইএমৰ উপস্থিতিত চুক্তিত স্বাক্ষৰ কৰা হয়। চুক্তি অনুসৰি পৰিষদে এপিজিচিএলক ৬৮০০ বিঘা ভূমি আবন্টন দিব। ভূমিৰ ভাৰা হিচাপে বছৰি ৫০ হেজাৰ টকা দিয়া হব। আনহাতে মুঠ বিদ্যুত উৎপাদনৰ ৫ শতাংশ ধন পৰিষদক ৰাজহ হিচাপে তুলি দিয়া হব।

Apply Now

উল্লেখ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত অপৰ্যাপ্ত ৰাজহৰ কাৰণে দৰমহা প্ৰদানত সমস্যাৰ সৃষ্টি হৈ আহিছে। যোৱা এঘাৰ মাহ ধৰি দৰমহাহীনভাৱে কাম কৰি আছে পৰিষদৰ নৰ্মাল বিভাগৰ প্ৰায় দুই সহস্ৰাধিক কৰ্মচাৰী। কাৰণ দৰমহাৰ কাৰণে পৰিষদৰ বছৰত প্ৰয়োজন প্ৰায় আশী কোটি টকা। কিন্তু পৰিষদৰ বৰ্তমান ৰাজহ সংগ্ৰহ হয় বিশৰ পৰা বাইশ কোটি টকা। এনে পৰিস্থিতিত  এপিজিচিএলৰ লগত এই চুক্তিৰ জৰিয়তে পৰিষদৰ ৰাজহ বৃদ্ধি হোৱাটো নিশ্চিত হৈছে।

সোমবাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত চিইএমৰ বাহিৰে পৰিষদৰ অধ্যক্ষা ৰাণু লাংঠাচাৰ বাহিৰে ইএম কুলেন্দ্ৰ দাউলাগুপু, সুব্ৰত থাউচেন আৰু এপিজিচিএলৰ পক্ষৰ পৰা থাকে পৰিচালন সঞ্চালক কল্যাণী বৰুৱা, অএছডি আৰ দাস আদিয়ে প্ৰধান। উল্লেখনীয় যে সত্তৰৰ দশকত উমৰাঙচুত প্ৰথমটো জল বিদ্যুৎ প্ৰকল্প স্থাপন কৰা হ’লেও তেতিয়াৰ ৰাজনৈতিক নেতা সকলৰ অদূৰদৰ্শিতাৰ কাৰণে স্বায়ত্ত শাসিত পৰিষদে এটকাও ৰাজহ হিচাপে পোৱা নাই। অসম আৰু মেঘালয় চৰকাৰে এই ৰাজহখিনি লাভ কৰি আহিছে।

 

পঙ্কজকুমাৰ দেব

পঙ্কজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd