DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ কুঠৰীৰৰ ন জান বস্তিত ৮ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱা বৃদ্ধক গ্ৰেপ্তাৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
July 3, 2018 2:24 pm
কলিয়াবৰৰ কুঠৰীৰৰ ন জান বস্তিত ৮ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱা বৃদ্ধক গ্ৰেপ্তাৰ
160
VIEWS
Share on FacebookShare on Twitter
কলিয়াবৰৰ কুঠৰীৰ ন-জান-ন বস্তিত এগৰাকী বৃদ্ধই ৮ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱা বৃদ্ধক জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত এই লম্পট বৃদ্ধক ৰফিক বেপাৰী(৬৫) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে চাৰিদিন পূৰ্বেই ৰফিকে ঘৰৰ সমীপৰ কণমানি কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলাইছিল। ফলত ৰফিকৰ কু-কৰ্মৰ বিষয়ে কিশোৰী গৰাকীয়ে ৰফিকৰ পত্নীক জনাইছিল যদিও ৰফিক আৰু ৰফিকৰ পত্নীয়ে এই ঘটনা গাপ দিবৰ বাবে কিশোৰী গৰাকীৰ আগত হেঁচা প্ৰদান কৰে।
ফলত কিশোৰী গৰাকীয়ে পৰিয়ালৰ লোকৰ আগত দেওবাৰে ৰফিকৰ কু-কৰ্মৰ বিষয়ে অৱগত কৰে। আৰু লগে লগে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে বাগৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
আনহাতে এই ঘটনাটো গাপ দিবলৈ কিশোৰীৰ পৰিয়ালক বাৰম্বাৰ ভাবুকী দিয়ে লম্পট বৃদ্ধ ৰফিক বেপাৰীৰ জোঁৱায়েক মজিবুৰ ৰহমানে।
কিন্তু এসময়ত কাজিৰঙাৰ গঁড় হত্যাত জড়িত তথা বৰ্তমান  অবৈধ শিল ব্যৱসায়ী মজিবুৰ ৰহমানে দিয়া ভাবুকিক আওকান কৰি দাখিল কৰা এজাহাৰৰ ভিত্তিত বাগৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বনমাফিয়া মজিবুৰ ৰহমানৰ শহুৰ ৰফিক বেপাৰী নামৰ লম্পটটোক।
ইফালে বাগৰী আৰক্ষীয়ে ধৃত লম্পট ৰফিক বেপাৰীক পৰৱৰ্তী সময়ত জখলাবন্ধা আৰক্ষী থানালৈ প্ৰেৰণ কৰে। ইতিমধ্যে তদন্ত আৰাম্ভ কৰা জখলাবন্ধা আৰক্ষীয়ে ভুক্তভোগী কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd