DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ ননৈ চাহ বাগিচাত যক্ষ্মা ৰোগৰ ওপৰত সজাগতা সভা

ৰিদিপ শর্মা by ৰিদিপ শর্মা
June 23, 2018 8:35 pm
Kaliabar T.B medical camp
144
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ননৈ চাহ বাগিচাত আজি অৰ্থাৎ শনিবাৰে যক্ষ্মা ৰোগৰ ওপৰত এখন সজাগতা সভা আৰু এক চিকিৎসা প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হয়।

ননৈ চাহ বাগিচাত এমালগেমেটেড প্ৰাইভেট লিমিটেডৰ দ্বাৰা অনুষ্ঠিত গাম্ভীৰ্য্যপূৰ্ণ সজাগতা সভাখনত ৰাজ্যিক যক্ষ্মা বিষয়ববীয়া, জিলা যক্ষ্মা বিষয়ববীয়াসকলৰ লগতে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ, দণ্ডাধীশ ঋতুপল্লৱ বৰুৱাৰ লগতে এমালগেমেটেড প্ৰাইভেট লিমিটেডৰ অন্তৰ্গত বাগিচাসমূহৰ বিষয়ববীয়াসকল উপস্থিত আছিল।

চিকিৎসা শিবিৰটোত এখন উন্নত মানৰ ভ্ৰাম্যমান বাহনৰ জৰিয়তে ননৈ চাহ বাগিচাৰ লগতে কেলিডেন আৰু শাকমুঠীয়া চাহ বাগিচাৰ পৰা অহা যক্ষ্মা ৰোগৰ ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে বৰ্তমানলৈকে মুঠ এঘাৰজন যক্ষ্মা ৰোগী চিনাক্ত কৰাৰ লগতে এই ৰোগীসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ’ব বুলি উপস্থিত বিষয়াসকলে জানিবলৈ দিয়ে।

আনহাতে, ‘যক্ষ্মা ভাগাও বাগান বচাও’ মূল মন্ত্ৰ হিচাপে লৈ আয়োজিত সভাখনত ২০২৫ চনৰ ভিতৰত এ পি পি এলৰ অন্তৰ্গত বাগিচাসমূহৰ পৰা যক্ষ্মা ৰোগ সম্পূৰ্ণ ৰূপে নাইকিয়া হ’ব বুলি মত প্ৰকাশ কৰে বাগিচাৰ বিষয়ববীয়াসকলে।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd