• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ শিলঘাট কামাখ্যা পাহাৰৰ নামনিত আৰম্ভ হৈছে ঐতিহাসিক অশোকাষ্টমী মেলা

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
March 26, 2018 7:24 am
silghat ashoka asttami
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ শিলঘাটত ঐতিহাসিক অশোকষ্টমী মেলা যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হৈছে। এই মেলা অহা ৩০ মাৰ্চলৈকে চলিব।

প্ৰবাদ আছে যে অষ্টমী তিথিৰ দিনা গঙ্গা নদীৰ কিছু জলধাৰ আহি ব্ৰহ্মপুত্ৰ নদীত পৰি ব্ৰহ্মপুত্ৰ নদীখন গঙ্গাৰ দৰেই পবিত্ৰ হৈ পৰে। সেয়েহে, চ’ত মাহৰ অষ্টমী তিথিত বহু লোকে নিজৰ আত্মীয় কুটুম্বৰ মৃত্যুৰ পিছত সাঁচি ৰখা কিছু অংশ অস্থি শ্ৰাদ্ধৰ অন্তত ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়ে ।

Apply Now

তদুপৰি, কিছু লোকে এই তিথিত ব্ৰহ্মপুত্ৰৰ বুকুত স্নান কৰি ব্ৰাহ্মণক দক্ষিণা দি লুইতৰ পাৰৰ বালিচৰত বহি চিৰা, মুৰী, দৈ, গুৰ, কল আদিৰে এক খাদ্য সম্ভাৰ প্ৰস্তুত কৰি ভোজন কৰে ।

এইদৰে অষ্টমী তিথিত ব্ৰহ্মপুত্ৰত স্নান কৰি নদীৰ পাৰত ভোজন কৰিলে মানোকামনা পূৰ্ণ হয় বুলি এক পুৰণিকলীয়া বিশ্বাস আজিও প্ৰচলিত হৈ আছে ।

silghat 2

সেয়ে বিগত বৰ্ষৰ দৰে এইবাৰো কলিয়াবৰৰ শিলঘাটত সাত দিনীয়াকৈ ২৪ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈকে অনুষ্ঠিত কৰা হৈছে অশোকষ্টমী মেলাৰ। দেওবাৰে স্নানৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে লুইতৰ বুকুত স্নান কৰাৰ লগতে বিভিন্নজনে  নিজ নিজ আত্মীয়ৰ অস্থি বিসৰ্জন দিয়াও পৰিলক্ষিত হ’ল ।

মেলাৰ লগত সংগতি ৰাখি বিভিন্ন লোকে বিভিন্ন ধৰণৰ বিপণীৰে গ্ৰাহকৰ চাহিদা পূৰণৰ লক্ষ্যৰে মেলাস্থলীত ভিৰ কৰিছে ।

ঐতিহাসিক মেলাখনত ৰাইজৰো বিপুল উপস্থিতি দেখা গৈছে। ইয়াৰ লগতে শিলঘাটৰ কামাখ্যা মন্দিৰৰ চৌহদত বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্ত প্ৰাণ ৰাইজে  মা- কামাখ্যাক পূজা-সেৱা আগবঢ়াই আশিস বিচৰা দেখা গৈছে।

পৰম্পৰাগতভাৱে চলি অহা শিলঘাটৰ এই ঐতিহাসিক অশোকাষ্টমী মেলাৰ আয়োজকসকলে মেলাখন অধিক পৰিকল্পিতভাৱে বৰ্ণাঢ্য ৰূপত আয়োজন কৰি  পৰ্যটকক আকৰ্ষণৰ চেষ্টা চলোৱা উচিত বুলি উপস্থিত ৰাইজে মত প্ৰকাশ কৰে।

 

ৰিদীপ শৰ্মা

ৰিদীপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd