• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা মাইবাঙত ৪ৰ্থ সংখ্যক মহিলা নক-আউট ফুটবল

NE NOW NEWS পংকজকুমাৰ দেব
হাফলং , July 14, 2018 11:19 am

2 min read

111111
144
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া বিশ্বকাপ ফুটবল জ্বৰত এতিয়া সমগ্ৰ বিশ্ব আক্ৰান্ত হৈ থকাৰ সময়তেই পাহাৰীয়া ডিমা হাচাও জিলাৰ মহকুমা মাইবাং চহৰ মহিলা ফুটবলৰ আয়োজনক লৈ ব্যস্ত  হৈ পৰিছে। ইতিমধ্যে সমগ্ৰ অসমৰ পৰা মাইবাঙত পদাৰ্পণ কৰিছেহি মহিলা ফুটবল দলসমূহ। ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা মাইবাঙৰ ডিশ্ৰু ক্লাব খেল পথাৰত কাইলৈৰ পৰা চহৰখনৰ  আৰম্ভ হ’ব চহৰখনৰ বহু প্ৰত্যাশিত ৪র্থ সংখ্যক এম,এল,এ  কাপ-২০১৮  অসম মহিলা নক-আউট ফুটবল প্ৰতিযোগিতা ।

এই ফুটবল প্ৰতিযোগিতাৰ আয়োজক হৈছে  মাইবাং ক্রীড়া সংস্থা আৰু  মাইবাং ডিশ্ৰু কালচাৰেল ক্লাব । ইতিমধ্যে সদৌ অসম ফুটবল সংস্থা, গুৱাহাটিৰ ফালৰ পৰা খেল অনুষ্ঠিত কৰাৰ যাৱতীয় অনুমতি প্ৰদান কৰাৰ লগতে সামগ্ৰিক ভাৱে সাজু হৈ উঠিছে মাইবাং ক্ৰীড়া সংস্থা আৰু মাইবাং ডিশ্ৰু কালচাৰেল ক্লাব। যোৱা বছৰৰ বিজয়ী দল কোকৰাঝাৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু কেইটা মহিলা ফুটবল দলে ইতিমধ্যে যোগদান কৰিছে। প্ৰতিযোগিতাত যোগদান কৰা দলসমূহৰ ভিতৰত আছে ধেমাজি, বাক্সা, গোৱালপাৰা, নগাঁও, নাওকাটা, তিনিচুকীয়া, মৰাণ, ডিব্রুগড়,শিলচৰ, হাইলাকান্দি, কালাইন, লক্ষ্মীপুৰ, উদ্যান কৃষি সংঘ ফুটবল কোচিং চেন্টাৰ, গুৱাহাটী।

মাইবাঙ  ক্ৰীড়া সংস্থাৰ প্রচাৰ সচিব  হেম প্রসাদ ৰাই ও মনিব থাউচেনে জানিব দিয়া অনুসৰি এই আমন্ত্রণমূলক মহিলা ফুটবল প্ৰতিযোগিতা খনত প্রথম পুৰস্কাৰ ৫০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৩০,০০০ টকা আৰু ৩য় পুৰস্কাৰ ২০,০০০টকা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ’ল ৰক্ষক আৰু অধিক গ’ল দাতাক পুৰস্কাৰ প্রদান কৰা হব।

লগতে সংস্থাৰ পুঁজিৰ কাৰণে এখন বৰঙণি কুপন খেলৰ আয়োজন কৰা হৈছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd