• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় তথ্য অনুসৰি অসমত হ্ৰাস পালে শিশুৰ মৃত্যুৰ হাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 18, 2018 7:31 am
প্ৰতিনিধিত্বমূলক চিত্ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত সৰ্বভাৰতীয় পৰ্যায়ত শিশুৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক আছিল যদিও বৰ্তমান মৃত্যুৰ হাৰ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰই প্ৰকাশ কৰা এক তথ্য অনুসৰি সদ্যোজাত, পাঁচ বছৰৰ তলৰ কেঁচুৱাৰ মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ, জন্মৰ আগে পিছে মৃত্যু ঘটা সদ্যোজাতৰ হাৰৰ দিশেৰে অসমে যথেষ্ট উন্নতি লাভ কৰিছে। প্ৰকাশ পোৱা তথ্য অনুসৰি ২০১৬ চনত অসমৰ শিশুৰ মৃত্যু হাৰ আছিল ২৩ পইণ্ট। ইয়াৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ হ’ল ২৪ পইণ্ট।

উল্লেখযোগ্য যে যোৱা তিনিবছৰৰ ভিতৰত এই হাৰ অসমত ৩ পইণ্ট হ্ৰাস পোৱাৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত ৪ পইণ্ট হ্ৰাস পাইছে। তদুপৰি পাঁচবছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ত ১০ পইণ্টৰ বিপৰীতে অসমত ২১ পইণ্ট হ্ৰাস পাইছে। অৰ্থাৎ সৰ্বভাৰতীয় পৰ্যায়ত ৩৯ পইণ্টলৈ এই হাৰ হ্ৰাস পোৱাৰ বিপৰীতে অসমত অৱনমিত হৈছে ৫২ পইণ্টলৈ। একেদৰে কেঁচুৱাৰ মৃত্যুৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ত ৬ পইণ্টৰ বিপৰীতে অসমত ১০ পইণ্ট হ্ৰাস পাইছে। সৰ্বভাৰতীয় পৰ্যায়ত ৩৪ পইণ্টলৈ এই হাৰহ্ৰাস পোৱাৰ বিপৰীতে অসমত অৱনমিত হৈছে ৪৪ পইণ্টলৈ। আনহাতে জন্মৰ পোৱাৰ আগত বা পিছৰ সময়ছোৱাত মৃত্যু ঘটা নৱজাতকৰ সংখ্যাও অসমত ৮ পইণ্টলৈ হ্ৰাস পোৱাৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ মাথোঁ তিনি পইণ্টহে হ্ৰাস পাইছে। ২০১৬ বৰ্ষত সৰ্বভাৰতীয় পৰ্যায়ত ২৩ পইণ্টলৈ এই হাৰ হ্ৰাস পোৱাৰ বিপৰীতে অসমত অৱনমিত হৈছে ২০ পইণ্টলৈ।

Apply Now

মনকৰিবলগীয়া যে ৰাষ্ট্ৰীয় স্তৰত অসমৰ স্বাস্থ্য খণ্ডই দেখুওৱা এনে চমকপ্ৰদ সফলতাৰ বাবে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাভাৱিকতে উৎফুল্লিত হোৱা দেখা গৈছে। তথ্য প্ৰকাশ পোৱাৰ পিছত সংবাদিকৰ আগত শৰ্মাই কয় যে ব্যক্তিগতভাবে এই পৰিসংখ্যা দেখি তেওঁ গৰ্বিত অনুভৱ কৰিছে। অৱশ্যে এই সফলতা পৰ্যাপ্ত নহয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে স্বাস্থ্য বিভাগত এতিয়াও কৰণীয় বহু আছে। লগতে ভৱিষ্যতত এনে পৰিসংখ্যা আৰু অধিক উন্নত কৰাৰ বাবে অসম চৰকাৰ বদ্ধ পৰিকৰ বুলিও কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd