DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত আৰম্ভ উত্তৰ-পূৰ্বাঞ্চলৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ বিষয়ববীয়াৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 7, 2018 7:26 pm
90
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ বিষয়ববীয়াসকলৰ বাবে উন্নয়ন পৰিকল্পনা, বাজেট প্ৰস্তুতি আৰু দায়বদ্ধতা বিষয়ক তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী আজি বুধবাৰৰ পৰা কোকৰাঝাৰত আৰম্ভ হৈছে।

ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান (National Institute of Rural Development and Panchayati Raj) আৰু বিটিচিয়ে যুটীয়াভাৱে বিটিচি সচিবালয়ৰ সভাগৃহত এই কাৰ্য্যসূচী আয়োজন কৰিছে।

বড়োলেণ্ড টে’ৰিটৰিয়েল কাউন্সিল, ডিমা হাচাও, কাৰ্বি আৰু মাৰ স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকলে এই কাৰ্য্যসূচীত ভাগ লৈছে।

কাৰ্য্যসূচীটোৰ উদ্বোধনী ভাষণত বিটিচিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকনে কাৰ্য্যসূচীটোত পৰিকল্পনা আৰু অনুদানৰ নতুন যুগত স্বায়ত্তশাসিত পৰিষদসমূহৰ খণ্ডিত আৰু সামগ্ৰিক পৰিকল্পনা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত স্বায়ত্তশাসিত জিলা পৰিষদসমূহ : প্ৰত্যাহ্বান, সুযোগ আৰু ভৱিষ্যতৰ পথ, বাজেট : ধাৰণা, ধৰণ আৰু পদ্ধতি, পৰিষদসমূহৰ দায়বদ্ধতা আৰু স্বচ্ছতা প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা হ’ব বুলি উল্লেখ কৰে।

ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ বিষয়া ডঃ এম কে’ শ্ৰীবাস্তৱ অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে।

Recent News

Woman suicide over dowry demand

যৌতুকৰ দাবীৰে স্বামীগৃহত নিৰ্যাতন: গৰৈমাৰীত আত্মহত্যা দুই সন্তানৰ মাতৃৰ

Kejriwal

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

Man Kills Live-In Partner

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

BSF woman jawan commits suicide

কোচবিহাৰত নিজ কোৱাৰ্টাৰত আত্মহত্যা বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd