DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত গৃহৰক্ষী জোৱানৰ প্ৰতিবাদ

এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ : by এন ই নাও নিউজ ব্যুৰো, কোকৰাঝাৰ :
November 20, 2017 11:19 am
কোকৰাঝাৰত গৃহৰক্ষী জোৱানৰ প্ৰতিবাদ
92
VIEWS
Share on FacebookShare on Twitter

চাকৰি নিয়মীয়াকৰণ, ৫ মাহৰ বকেয়া আদায় দিয়াৰ দাবীত আজি কোকৰাঝাৰত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।  প্ৰতিবাদকাৰীসকলে জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবীসমূহ উল্লেখ কৰি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত উল্লেখ কৰা মতে ২০১২ চনৰ বিটিএডত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত ধুবুৰী, চিৰাং, গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা ৫০০ জনৰো অধিক প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানক কামত নিয়োগ কৰা হৈছিল। উক্ত জোৱানসকলে আজি চাৰিমাহ ধৰি ন্যূনতম মাহিলি দৰমহাকেইটাও পোৱা নাই। তেওঁলোকৰ প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ লগতে গৃহৰক্ষী জোৱানসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ দাবী জনায়।

 

Recent News

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

6 MONTH OLD BABY GETS TATTOOED!

বিশ্বজুৰি জনপ্ৰিয় হৈছে আমেৰিকাৰ ছয় মহীয়া শিশু ট্ৰলিন: জনপ্ৰিয়তাৰ আঁৰত কি!

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd